Begin typing your search above and press return to search.

IACS নিযুক্তি ২০২১ - গৱেষণা সহকাৰীৰ পদখালী

উপযুক্ত তথা ইচ্ছুক প্ৰাৰ্থী সকলক গৱেষণা সহকাৰীৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে

IACS নিযুক্তি ২০২১ - গৱেষণা সহকাৰীৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Dec 2021 10:06 AM GMT

IACSৰ বিষয়ে জানক :

দ্য ইণ্ডিয়ান এচোছিয়েশ্যন ফৰ দ্য কাল্টিভেশ্যন অফ চায়েন্স,অধিনিয়ম XXI, ১৮৬০ আৰু ৰাজ্য পঞ্জীয়ন অধিনিয়ম ১৯৬১ ৰ অধীনত পঞ্জীভূত কৰা এটি বিশেষ সংস্থান। এই প্ৰতিষ্ঠানৰ নিৰ্মাণ কৰা হৈছিল ১৮৭৬চনত, মহেন্দ্ৰ লাল চৰকাৰে। ই হৈছে এছিয়াৰ সকলোতকৈ পুৰণি গৱেষণা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠান স্থিত দক্ষিণ কলকাতাৰ যাদৱপুৰত ইয়াৰ মুখ্য কাৰ্যালয় ২এ আৰু ২বি, ৰাজা এছ চি মল্লিক পথ, কলকাতা, ৭০০০৩২, ৱেষ্ট বেংগল, ভাৰতত অৱস্থিত। এই সংস্থান শাসন কৰে নিৰ্বাচিত বা মনোনীত কৰা সদস্য আৰু পঞ্জীয়কে।

দ্য ইণ্ডিয়ান এচোছিয়েশ্যন ফৰ দ্য কাল্টিভেশ্যন অফ চায়েন্সত পদখালী :

দ্য ইণ্ডিয়ান এচোছিয়েশ্যন ফৰ দ্য কাল্টিভেশ্যন অফ চায়েন্সত শেহতীয়া ভাৱে উপযুক্ত তথা ইচ্ছুক প্ৰাৰ্থী সকলক গৱেষণা সহকাৰীৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

গৱেষণা সহকাৰী

খালী পদ

০১

বয়স

অধিকতম ৩২বছৰ, ১০/১২/২০২১ৰ মতে

দৰমহা

নিয়মাৱলী অনুসৰি

অৱস্থান

কলকাতা - পশ্চিম বেংগল

অন্তিম তাৰিখ

২৪ ডিচেম্বৰ ২০২১

আৱেদন মাছুল

নিল


জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ পদৰ বাবে শিক্ষাগত অৰ্হতা:

দ্য ইণ্ডিয়ান এচোছিয়েশ্যন ফৰ দ্য কাল্টিভেশ্যন অফ চায়েন্সৰ অফিচিয়েল অধিসূচনা অনুসৰি এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Ph.D ডিগ্ৰীধাৰী হ'ব লাগিব।

অভিজ্ঞতা:

ইচ্ছুক প্ৰাৰ্থীৰ জৈৱ-বহুযোগী (প্ৰাকৃতিক ভাৱে পছি যোৱা সামগ্ৰী সমূহৰ লগত জৰিত ৰাসায়নিক বিজ্ঞান), প্ৰাকৃতিক আৰু সাংশ্লেষিক মেক্ৰমলিকিউলছ, চুপ্ৰামলিকিউলচ সমূহ জৈৱ প্ৰযুক্তিৰে সংযোগ কৰা, আৰু ভিন্ন ভাগত একত্ৰিত কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

আৱেদন প্ৰক্ৰিয়া:

ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ নিৰ্ধাৰিত পাঠ্যৰ ৰূপত, সকলো প্ৰয়োজনীয় নথি পত্ৰ সহ অন্তিম তাৰিখৰ পূৰ্বে উল্লেখিত ইমেইল যোগে প্ৰেৰণ কৰিব পাৰিব।

ইমেইল - msab@iacs.in


আৰু পঢ়ক : চিকিৎসা শিক্ষা সঞ্চালকালয়ত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পদ খালী


Next Story
চাকৰি