Begin typing your search above and press return to search.

চিকিৎসা শিক্ষা সঞ্চালকালয়ত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পদ খালী

তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচাৰিছে

চিকিৎসা শিক্ষা সঞ্চালকালয়ত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Dec 2021 10:50 AM GMT

চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ বিষয়ে:

চিকিৎসা শিক্ষা সঞ্চালকালয় ভাৰতৰ অন্ধ্ৰ প্ৰদেশৰ এখন প্ৰশাসনীয় প্ৰতিষ্ঠান। ইয়াৰ দায়িত্ব চিকিৎসা মহাবিদ্যালয় সমূহৰ জৰিয়তে অন্ধ্ৰ প্ৰদেশৰ চিকিৎসা শিক্ষাৰ পৰিচালনা কৰা। এই প্ৰতিষ্ঠান অৱস্থিত হাইদৰাবাদৰ, কুটিত।

এই প্ৰতিষ্ঠানৰ মুখ্য বিষয়া হৈছে চিকিৎসা শিক্ষা বিভাগৰ নিৰ্দেশক, যিয়ে চিকিৎসা আৰু নাৰ্ছিঙ মহাবিদ্যালয় সমূহৰ মুখ্য অধ্যক্ষ, প্ৰাথমিক ৰূপে অধীক্ষক, বিশেষজ্ঞ চিকিৎসালয় আৰু মুখ্য একাউণ্টেণ্ট বিষয়া সকলৰ দায়িত্বভাৰত থাকে। তেওঁৰ সহযোগত থাকে সহযোগী নিৰ্দেশক, যুটীয়া নিৰ্দেশক, সহকাৰী নিৰ্দেশক আৰু প্ৰধান সংবাদ বিষয়া।

এই সঞ্চালকালয়ৰ অধীনত মুঠ ৩৩খন চিকিৎসা মহাবদ্যালয়, ১৩খন দন্ত মহাবিদ্যায়ৰ আৰু ১০০ খন পেৰামেডিকেল কেন্দ্ৰই সুচাৰু ৰূপে কাম কৰে।

চিকিৎসা শিক্ষা সঞ্চালকালয়ত পদ খালী:

চিকিৎসা শিক্ষা সঞ্চালকালয়, অসমে শেহতীয়া ভাৱে ২খন নিযুক্তি অধিসূচনা মুকলি কৰিছে। এই অধিসূচনাৰ অধীনত চিকিৎসা শিক্ষা সঞ্চালকালয়, অসম আৰু বিভিন্ন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, দন্ত মহাবিদ্যালয়, নাৰ্চিং মহাবিদ্যালয়, পাৰামেডিকেল প্ৰতিষ্ঠানত ৯৬২ গৰাকী তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ খালী পদত নিযুক্তি প্ৰদানৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচাৰিছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে:

পদৰ নাম

খালী পদ

বয়স

বয়সৰ ৰেহাই

তৃতীয় শ্ৰেণী (টেকনিকেল)

২৫৭

১৮ - ৪০ বছৰ। আৱেদন দাখিল কৰা তাৰিখ অনুসৰি

অ' বি চি/ এম অ' বি চি - ৩বছৰ

অনুসূচিত জাতি/ জনজাতি - ৫বছৰ

পি দাব্লিউ ডি - ১০বছৰ

তৃতীয় শ্ৰেণী (নন্ - টেকনিকেল)

১২৭

চতুৰ্থ শ্ৰেণী

৫৭৮


শিক্ষাগত অৰ্হতা

বৰ্তমান লৈকে উল্লেখিত নাই

আৱেদন মাছুল

নিল

অন্তিম তাৰিখ

বৰ্তমান লৈকে উল্লেখিত নাই


আৱেদন প্ৰক্ৰিয়া:

ইচ্ছুক প্ৰাৰ্থী সকলে DME অফিচিয়েল ৱেবচাইটৰ যোগে অনলাইন প্ৰক্ৰিয়াৰে নিজৰ আৱেদন পত্ৰ দাখিল কৰিব পৰিব।

উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক:

# তললৈ গৈ ৱেব লিংক বিভাগ খোলক

# অনলাইন আৱেদন বিভাগ খোলক, যদিহে আপুনি নতুন ভোক্তা তেন্তে নতুন কৈ পঞ্জীয়ন কৰক

# অনলাইন আৱেদন বিভাগ লৈ গৈ লগ-ইন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক

# ব্যক্তিগত আৰু শিক্ষাগত ফ্লেহতা সমূহ পূৰণ কৰক, আৰু প্ৰয়োজনীয় নথি পত্ৰ সমূহ আপলোড কৰক

# জমা কৰক

# আৱেদন এটা কপী নিজৰ লগত ৰাখক


আৰু পঢ়ক : ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, জোধপুৰত কণিষ্ঠ প্ৰকল্প সহকাৰীৰ পদ খালী


Next Story
চাকৰি