উত্তৰ পূব পাহাৰীয়া বিশ্ববিদ্যালয়ৰ বিষয়ে জানক :
উত্তৰ পূব পাহাৰীয়া বিশ্ববিদ্যালয় ভাৰতৰ এক অন্যতম কেন্দ্ৰীয় বিশ্ববিদ্যালয়। ভাৰত সাংসদীয় অধিনিয়মৰ অধীনত এই বিশ্ববিদ্যালয়ৰ স্থাপিত কৰা হৈছিল ১৯৭৩চনৰ ১৯ জুলাই তাৰিখে। এই বিশ্ববিদ্যালয় অৱস্থিত মেঘালয় জিলাৰ ৰাজধানী চহৰ শ্বিলংত। এই বিশ্ববিদ্যালয়ৰ দুটি চৌহদত বিভক্ত, ক্ৰমে শ্বিলং আৰু তুৰা।
উত্তৰ পূব পাহাৰীয়া বিশ্ববিদ্যালয়ত পদখালী :
উত্তৰ পূব পাহাৰীয়া বিশ্ববিদ্যালয়, শ্বিলং - মেঘালয়ত, শেহতীয়া ভাৱে ০৩গৰাকী গৱেষণা সহকাৰীৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
পদৰ বিৱৰণ | প্ৰয়োজনীয় তথ্য |
পদৰ নাম | গৱেষণা সহকাৰী |
খালী পদৰ সংখ্যা | ০৩ |
দৰমহা | নিয়মাৱলী অনুসৰি |
আৱেদন প্ৰক্ৰিয়া | অফলাইন |
বাছনি প্ৰক্ৰিয়া | সাক্ষাৎকাৰ |
নিযুক্তিৰ স্থান | শ্বিলং, মেঘালয় |
আৰম্ভণি তাৰিখ | ০৪/১২/২০২১ |
অন্তিম তাৰিখ | ১৪/১২/২০২১ |
পদ অনুসৰি খালী পদৰ সংখ্যা:
পদৰ নাম | পদৰ নাম |
গৱেষণা সহকাৰী | ০১ |
জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল' | ০২ |
শিক্ষাগত অৰ্হতা :
উত্তৰ পূব পাহাৰীয়া বিশ্ববিদ্যালয়ৰ অফিচিয়েল অধিসূচনা অনুসৰি এই পদ সমূহত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয় বা বোৰ্ডৰ পৰা M. Sc, স্নাতকোত্তৰ উত্তীৰ্ণ, Ph. D ডিগ্ৰী ধৰি হ'ব লাগিব।
পদৰ নাম | শিক্ষাগত অৰ্হতা |
গৱেষণা সহকাৰী | জৈৱ প্ৰযুক্তি/ জেনেটিক্স বিভাগত M. Sc, Ph. D |
জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল' | ৫৫% নম্বৰ সহ জৈৱ প্ৰযুক্তি/ উদ্ভিদ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ উত্তীৰ্ণ |
অভিজ্ঞতা:
ইচ্ছুক প্ৰাৰ্থীৰ উদ্ভিদ টেক্সোনমিকেল, তথ্য সংগ্ৰহ আৰু সংগ্ৰহৰ বিশেষ অভিজ্ঞতা থাকিব লাগিব
তলত উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক :
• অফিচিয়েল ৱেবচাইট nehu.ac.in লৈ যাওক
• NEHU কেৰিয়াৰ বা নিযুক্তি যোগে আৱেদন কৰিব বিচৰা পদ বাছনি কৰক
• আৱেদন কৰিব বিচৰা পদৰ অৰ্হতা সমূহ পৰ্যবেক্ষণ কৰক
• অধিসূচনা লিংকৰ পৰা নিজৰ আৱেদন পত্ৰ সংগ্ৰহ কৰক
• শুদ্ধভাৱে আৱেদন পূৰণ কৰক
• আৱেদন মাছুল পৰিশোধ কৰক (যদিহে আছে), আৰু অন্তিম তাৰিখৰ পূৰ্বে স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে নিজৰ আৱেদন পত্ৰ প্ৰেৰণ কৰক
• ভৱিষ্যত প্ৰয়োজনৰ বাবে আৱেদন নম্বৰ/ কোৰিয়াৰ নম্বৰ সংগ্ৰহ কৰক
আৱেদন প্ৰক্ৰিয়া:
ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ সকলো প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে মাৱকুনৰহ - উমশিং, শ্বিলং - মেঘালয়, chromosomedatabasenehuii@gmail.com
আৰু পঢ়ক : আই আই টি গুৱাহাটীত জে আৰ এফ, চিনিয়ৰ প্ৰজেক্ট টেকনিচিয়ানৰ পদখালী