ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া, মেঘালয়ত নিযুক্তি ২০২০
ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া,মেঘালয়ত ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম : পাৰ্ট টাইম বেংকচ মেডিকেল কনচালন্টেট
পদৰ সংখ্যা: ০১
কৰ্ম স্হান : শ্বিলং
আবেদনৰ শেষ তাৰিখ: ২৪/০২/২০২০
ঠিকনা: Reserve Bank of India, ‘Apphira’ Building, Fruit Garden, Shillong-Jowai Road, P.O. Laitumkhrah, Shillong-793003
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহ জেনেৰেল মেনেজাৰ & O-i-C, RBI, ‘Apphira’ Building, Fruit Garden, Shillong Jowai Road, P.O. Laitumkhrah, Shillong-793003 ঠিকনাত ২৪/০২/২০২০তাৰিখৰ আগতে on পঠিয়াব লাগিব।
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here
অন্য খবৰৰ বাবে পঢ়ক : নৰ্থ ইৰ্ষ্টাণ ইনচটিউট অৱ ফ’ক মেডিচিন (NEIFM) ত নিযুক্তি ২০২০