Begin typing your search above and press return to search.

গুৱাহাটীৰ আৰ জি বৰুৱা কলেজত ইংৰাজীৰ সহকাৰী অধ্যাপকৰ পদখালী

গুৱাহাটীৰ ৰাধা গোৱিন্দ বৰুৱা মহাবিদ্যালয়ে ইংৰাজীৰ সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷

গুৱাহাটীৰ আৰ জি বৰুৱা কলেজত ইংৰাজীৰ সহকাৰী অধ্যাপকৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Sep 2020 12:02 PM GMT

খালী পদৰ সংখ্যাঃ দুটা ৷ ইয়াৰে এটা পদ অ' বি চি/এম অ' বি চি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত ৷

দৰমহাঃ মাহিলী ৫৭, ৭০০টকাৰ পৰা ১, ৮২, ০০০টকা আৰু লগতে অন্যান্য ভাট্টা। শিক্ষাৰ অৰ্হতাঃ স্নাতকোত্তৰ ডিগ্ৰীত ন্যূনতম ৫৫শতাংশ নম্বৰ লাভ কৰা হ'ব লাগিব ৷ অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫০শতাংশ নম্বৰ লাভ কৰিলেও হ'ব ৷ নে'ট/স্লেট বা পি এইচ ডি থাকিব লাগিব ৷

বয়সৰ সীমাঃ ০১-০২-২০২০-ত সৰ্বোচ্চ ৩৮বছৰ ৷ অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়মানুসৰি বয়স ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২১-০৯-২০২০৷

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ ফৰেণচিক বিজ্ঞান সঞ্চালকালয়ত কনিষ্ঠ সহায়ক নিযুক্তি

Next Story
চাকৰি