Begin typing your search above and press return to search.

ইম্ফলস্থিত ৰিজ'নেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছত পদ খালী

ইম্ফলস্থিত ৰিজ'নেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছে হিন্দী টাইপিষ্ট, হিন্দী কনছালটেণ্ট পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ইম্ফলস্থিত ৰিজনেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছত পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jan 2022 6:44 AM GMT


ইম্ফলস্থিত ৰিজ'নেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছৰ বিষয়েঃ

ৰিজ'নেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছ(আৰ আই এম এছ), ইম্ফল মণিপুৰৰ ইম্ফলৰ লাম্ফেলপটত অৱস্থিত। মণিপুৰক উত্তৰ-পূবৰ মুকুতাৰ বা সপোনৰ ভূমি আখ্যা দিয়া হয়। মণিপুৰ উত্তৰ-পূবৰ কোণত সুন্দৰ সেউজ অঞ্চলত অৱস্থিত। ইয়াৰ পৰিপ্ৰেক্ষিতত মণিপুৰক এবাৰ ছেইণ্ট ক্লেয়াৰ গ্ৰিমউডে পৃথিবাৰ বহু সুন্দৰ ঠাইতকৈ সুন্দৰ আখ্যা দিছিল। ৰিজ'নেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছে ৩০০ একৰ ভূমি আগুৰি আছে। এই প্ৰতিষ্ঠান ইম্ফল বিমানকোঠৰ পৰা প্ৰায় ৮ কিলোমিটাৰ আৰু ইম্ফল নগৰৰ পৰা ১.৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

ইম্ফলস্থিত ৰিজ'নেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছৰ নিযুক্তি ২০২২ঃ

ইম্ফলস্থিত ৰিজ'নেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছে হিন্দী টাইপিষ্ট, হিন্দী কনছালটেণ্ট পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত সবিশেষ তথ্য চাব পাৰে ।


পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।


পদৰ নাম

হিন্দী টাইপিষ্ট, হিন্দী কনাছালটেণ্ট।

খালী পদৰ সংখ্যা

তিনিটা।

দৰমহা

মাহিলী ১১, ৫৯৫ টকাৰ পৰা ৩১, ৫০০টকা।

চাকৰিৰ স্থান

ইম্ফল (মণিপুৰ)।

বয়স

সৰ্বোচ্চ ৩৫ বছৰ।

আবেদনৰ মাছুল

নাই।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া

সাক্ষাৎকাৰ।

অন্তিম তাৰিখ

৪ জানুৱাৰী, ২০২২

ৱেবচাইট

rims.edu.in


খালী পদৰ বিৱৰণ :

পদৰ নাম

খালী পদ

হিন্দী টাইপিষ্ট

২টা।

হিন্দী কনছালটেণ্ট

১ টা।


দৰমহাৰ বিৱৰণ :

পদ অনুসৰি দৰমহাৰ বিৱৰণ :

পদৰ নাম

দৰমহা


হিন্দী টাইপিষ্ট

মাহিলী ১১, ৫০০টকা।

হিন্দী কনছালটেণ্ট

মাহিলী ৩১, ৫০০ টকা।

শিক্ষাগত আৰু অন্য়ান্য অৰ্হতা :

পদ অনুসৰি শিক্ষাগত অৰ্হতা

অৰ্হতা

হিন্দী টাইপিষ্ট

দ্বাদশ শ্ৰেণী।

হিন্দী কনছালটেণ্ট

স্নাতকোত্তৰ ডিগ্ৰী।

ৱেবচাইট

rims.edu.in



আৱেদন দাখিল কৰিবলৈ তলত উল্লেখিত পদক্ষেপ অনুসৰণ কৰক :

• প্ৰথমে অফিচিয়েল ৱেবচাইটrims.edu.in চাব।

• ইম্ফলস্থিত ৰিজ'নেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছৰ নিযুক্তি বা কেৰিয়াৰ অপচন চাই আবেদন কৰিব লগীয়া পদৰ সবিশেষ তথ্য সংগ্ৰহ কৰক

• পদৰ অধিসূচনা তথা ইয়াৰ লগত সংযুক্ত অৰ্হতা সমূহ পৰ্যবেক্ষণ কৰক

• আবেদন পূৰণৰ পূৰ্বে অন্তিম তাৰিখ পৰীক্ষা কৰক

• শুদ্ধভাবে আবেদন প্ৰ-পত্ৰ পূৰণ কৰক

• অন্তিম তাৰিখ ( ৪ জানুৱাৰী, ২০২২)-ৰ পূৰ্বে নিজৰ আৱেদন জমা কৰক আৰু ভবিষ্যত প্ৰয়োজনৰ বাবে আবেদন নং সংগ্ৰহ কৰক


আৰু চাব পাৰে : আই পি আৰ নিযুক্তি ২০২২ - প্ৰকল্প চিকিৎসা বিষয়াৰ পদ খালী


Next Story
চাকৰি