আই চি এম আৰৰ উত্তৰ-পূব কেন্দ্ৰত পদ খালী
এই পদৰ অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে।
আই চি এম আৰৰ উত্তৰ-পূব কেন্দ্ৰঃ
অসমৰ ডিব্ৰুগড়স্থিত আই চি এম আৰৰ উত্তৰ-পূব কেন্দ্ৰ হৈছে ভাৰতীয় চিকিত্সা পৰিষদৰ ২৬ খন স্থায়ী প্ৰতিষ্ঠানৰ অন্যতম প্ৰতিষ্ঠান। এই কেন্দ্ৰ ১৯৮২ৰ ১২ জুলাইত প্ৰতিষ্ঠা কৰা হয়। উত্তৰ-পূব ভাৰতৰ আঠখন ৰাজ্যৰ দুৰ্গম স্থানসমূহক এই কেন্দ্ৰই সামৰি লৈছে আৰু ইয়ে অঞ্চলটোত মায়ো-মেডিকেল গৱেষণা সম্পন্ন কৰে। ইয়াৰ বাবে এই কেন্দ্ৰই আই চি এম আৰৰ পৰা অনুদান লাভ কৰে। লগতে তদৰ্থ ভিত্তিক বিভিন্ন সংস্থাৰ পৰা পুঁজি লাভ কৰে।
বৰ্তমানে আই চি এম আৰৰ এই কেন্দ্ৰৰ গৱেষণাৰ মূল ক্ষেত্ৰসমূহ হৈছেঃ (ক) মহে বহন কৰা ৰোগ, (খ) এইচ আই ভি আৰু ড্ৰাগছ সেৱন, (গ) ভেংকুৰৰ সংক্ৰমণ (৪) হিমোগ্লোবাইনোপেথিজ। ইয়াৰ গৌণ গৱেষণা ক্ষেত্ৰসমূহ হৈছেঃ (ক) কৰ্কটৰ নেছোফেৰীনক্স, অছোফেগাছ, পাকস্থলী। (খ) হৃদজনিত ৰোগ ((গ) উত্তৰ-পূব ভাৰতত ঔষধি গছ আৰু (৪) পৰিপুষ্টি।
আই চি এম আৰৰ উত্তৰ-পূব কেন্দ্ৰত পদ খালীঃ
আই চি এম আৰৰ উত্তৰ-পূব কেন্দ্ৰই মাল্টি টাস্কিং পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ
এই পদৰ অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে।
পদৰ বিৱৰণ | প্ৰয়োজনীয় তথ্য |
পদৰ নাম | প্ৰজেক্ট মাল্টি টাস্কিং কৰ্মচাৰী। |
পদ | ১ টা। |
বয়সৰ সীমা | সৰ্বোচ্চ ২৫ বছৰ। |
দৰমহা | মাহিলী ১৫, ৮০০টকা। |
চাকৰিৰ স্থান | ডিব্ৰুগড়। |
সাক্ষাতকাৰৰ তাৰিখ | ৭ জানুৱাৰী, ২০২২। |
বাছনি প্ৰক্ৰিয়া | সাক্ষাতকাৰ। লিখিত পৰীক্ষা। |
ৱেবছাইটঃ rmrcne.org.in
শিক্ষাগত অর্হতা :
স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ অধীনত দশম শ্ৰেণী উত্তীৰ্ণ হব লাগিব।
অভিজ্ঞতাঃ autoclave, pipetting skills, sample recording and processing আদি কামত অভিজ্ঞতা থাকিব লাগিব।
আবেদন প্ৰক্ৰিয়া :
অফিচিয়েল ৱেবছাইট @ rmrcne.org চাওক আৰু আপুনি আবেদন কৰিব লগা নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক। অফিচিয়েল ৱেবছাইট বা অধিসূচনা লিংকৰ পৰা আবেদন পত্ৰ ডাউনলোড কৰক। আবেদন পত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো পৰীক্ষা কৰক। কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক
আৰু চাব পাৰে : জৱাহৰলাল নেহৰু স্নাতকোত্তৰ প্ৰতিষ্ঠানত পদ খালী