Begin typing your search above and press return to search.
ভাৰতীয় শ্বেয়াৰ বজাৰ তদাৰক সংস্থা( ছেবি)ত চাকৰি
ভাৰতীয় শ্বেয়াৰ বজাৰ তদাৰক সংস্থা(ছেবি)ই এ গ্ৰেডৰ বিষয়া পদবীত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদৰ নামঃ সহকাৰী প্ৰৱন্ধক( আইন, সাধাৰণ সেৱা, তথ্য-প্ৰযুক্তি আদি শাখাৰ)
খালী পদৰ সংখ্যাঃ ১৪৭টা।
নিযুক্তিৰ স্থানঃ দেশজুৰি
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১.০৭.২০২০
দৰমহাঃ ২৮,১৫০টকাৰ পৰা ৫৫,৬০০টকা।
সবিশেষ জানিবলৈ https://ibpsonline.ibps.in/sebioflmar20/ চাওক।
আৰু চাব পাৰেঃ আই চি এম আৰৰ উত্তৰ-পূব গৱেষণা কেন্দ্ৰত পদ খালী
Next Story