বিষয়া নিযুক্তিৰ বাবে 'ছেবি'ৰ আবেদন আহ্বান

এ-গ্ৰেড বিষয়া নিযুক্তিৰ বাবে ভাৰতীয় শ্বেয়াৰ বজাৰ তদাৰক(ছেবি)সংস্থাই আবেদন বিচাৰিছে।
বিষয়া নিযুক্তিৰ বাবে 'ছেবি'ৰ আবেদন আহ্বান

খালী পদৰ সংখ্যাঃ ১৪৭টা।

দৰমহাঃ ২৮,১৫০টাৰ পৰা ৫৫,৬০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০। সবিশেষ জানিবলৈ https://ibpsonline.ibps.in/sebioflmar20/ চাওক।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com