অসম সচিবালয়ত কনিষ্ঠ প্ৰশাসনিক সহায়ক নিযুক্তি

অসম সচিবালয়ে কনিষ্ঠ প্ৰশাসনিক সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসম সচিবালয়ত কনিষ্ঠ প্ৰশাসনিক সহায়ক নিযুক্তি

খালী পদৰ সংখ্যাঃ ১৭০টা। ইয়াৰে ৫৭ টা অ-সংৰক্ষিত হোৱাৰ বিপৰীতে ১৪টা অনুসূচিত জনজাতি( ভৈয়াম), ১২ টা অনুসূচিত জনজাতি(পাহাৰীয়া), এছ চি ১৪টা, ৪০টা অ বি চি-এম অ বি চি, আৰু ১৯ টা আৰ্থিকভাবে পিছ পৰা শ্ৰেণীৰ বাবে সংৰক্ষিত।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৪৯ হেজাৰ টকাৰ লগতে ৮,৭০০টকাৰ গ্ৰেড পে'।

বয়সৰ সীমাঃ ১৮ ৰ পৰা ৩৮ বছৰ। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব। এছ চি-এছ টিয়ে ৩ বছৰ বয়স ৰেহাই পাব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।

ঠিকনাঃ Secretariat, Block 'A', Ground Floor Dispur, Guwahati, Assam-781006 প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা, কম্পিউটাৰ পৰীক্ষা ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com