শিলচৰ চিকিৎসা মহাবিদ্যালয়ত নিযুক্তি ২০২০
শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ লেবৰটৰী এচিচটেন্টৰ খালি পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম: লেবৰটৰী এচিচটেন্ট
পদৰ সংখ্যা: ০১
দৰমহা: ১৭,০০০/- টকা
বয়স: ২৮ বছৰ
শিক্ষাগত অৰ্হতা: মেডিকেল লেবৰটৰী টেকনলজিত ডিপ্লোমা।
অভিজ্ঞতা: ১বছৰীয়া ICMR/CSIR/DBT/ অন্য প্ৰজেক্ট/ কম্পিউটাৰৰ জ্ঞান থকা আবশ্যক।
ৱাক-ইন-ইন্টাৰভিউ :০৭/০৩/২০২০
ঠিকনা: Department of Microbiology, Silchar Medical College & Hospital
সৱিশেষ জানিবলৈ: Click here
অন্য খবৰৰ বাবে পঢ়ক:কৰিমগঞ্জ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০