কৰিমগঞ্জ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

কৰিমগঞ্জ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০
Published on: 

কৰিমগঞ্জ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

অসম চৰকাৰৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয় কৰিমগঞ্জত ইচ্ছুক প্ৰাৰ্থীৰ পৰা খালি পদসমূহ পূৰণৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম: জুনিয়ৰ এচিচটেন্ট

পদৰ সংখ্যা: ১১

দৰমহা: ১৪,০০০/-ৰ পৰা ৬০,৫০০/+ ৬২০০/-গ্ৰেড পে প্ৰতি মাহ

বয়স:১৮ ৰ পৰা ৩৮ বছৰ

শিক্ষাগত অৰ্হতা: স্নাতক আৰু ৬ মহীয়া কম্পিউটাৰত ডিপ্লোমা।

শেষ তাৰিখ: ০৬/০৩/২০২০

ঠিকনা: Deputy Commissioner,Karimganj, P.O& P.S. Dist- Karimganj, Assam, Pin-788710

সৱিশেষ জানিবলৈ:click here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com