যোৰহাটত সমাজ কল্যাণ বিভাগত পদখালী

সমাজ কল্যাণ বিভাগৰ অধীনত যোৰহাটত খালী হোৱা নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে ৷
যোৰহাটত সমাজ কল্যাণ বিভাগত পদখালী

পদসমূহঃ

মহিলা সমাজ কল্যাণ বিষয়াঃ

জিলা পৰ্যায়ৰ মহিলা কেন্দ্ৰৰ বাবে ৷

খালী পদৰ সংখ্যাঃ ০১টা ৷

দৰমহাঃ ৩৫হেজাৰ টকা ৷

শিক্ষাগত অৰ্হতাঃ ছ'চিয়েল ৱৰ্কৰ স্নাতকোত্তৰ ডিগ্ৰী ৷ তদুপৰি কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব ৷ স্থানীয় ভাষাৰ জ্ঞান থাকিব লাগিব আৰু আঁচনি-কৰ্মসূচীসমূহৰ সম্যক জ্ঞান থাকিব লাগিব ৷

জিলা সমন্বয়কঃ

খালী পদৰ সংখ্যাঃ দুটা ৷

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত ছ'চিয়েল ৱৰ্কৰ স্নাতক।

দৰমহাঃ ২০হেজাৰ টকা (স্থায়ী)৷

আবেদনৰ নিয়মঃ আবেদনপত্ৰ ৫-০৯-২০২০ ৰ পৰা ১৯ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজালৈকে লোৱা হব। আবেদন পত্ৰ জিলা সমাজ কল্যাণ বিষয়া, ন-আলি, পশ্চিম বঙালপুখুৰী, যোৰহাট এই ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব। আবেদন পত্ৰৰ খামৰ ওপৰত "Application for Women Welfare Officer or District Coordinator in the District Level Centre for Women (DLCW)"- এই বাক্যশাৰী লিখিব লাগিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com