Begin typing your search above and press return to search.

ৱেবছাইটত উপলব্ধ হ'ল এছ এছ চিৰ কনিষ্টবল (জি.ডি)-ৰ প্ৰবেশ পত্ৰ

কনিষ্টবল খালী পদৰ বাবে অনুষ্ঠিত হ'বলগীয়া কম্পিউটাৰ বেছড পৰীক্ষাৰ SSC প্ৰবেশ পত্ৰ ২০২১ মুকলি কৰিছে

ৱেবছাইটত উপলব্ধ হল এছ এছ চিৰ কনিষ্টবল (জি.ডি)-ৰ প্ৰবেশ পত্ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Nov 2021 8:35 AM GMT

ষ্টাফ চিলেকশ্যন কমিশ্যন (SSC) -এ ২৫,২৭১টা কনিষ্টবল খালী পদৰ বাবে অনুষ্ঠিত হ'বলগীয়া কম্পিউটাৰ বেছড পৰীক্ষাৰ SSC প্ৰবেশ পত্ৰ ২০২১ মুকলি কৰিছে।

SSC প্ৰবেশ পত্ৰৰ বিৱৰণ :


পদৰ নাম - কনিষ্টবল (জেনেৰেল ডিউটি)


খালী পদৰ সংখ্যা - ২৫২৭১


অনুষ্ঠানৰ নাম - ষ্টাফ চিলেকশ্যন কমিশ্যন (SSC)


পৰীক্ষাৰ ধৰণ - কম্পিউটাৰ বেছড পৰীক্ষা


পৰীক্ষাৰ তাৰিখ - ১৬ নৱেম্বৰ পৰা ১৫ডিচেম্বৰ ২০২১


পৰীক্ষাৰ অৱস্থান - প্ৰবেশ পত্ৰত উল্লেখিত

প্ৰবেশ পত্ৰৰ স্থিতি - মুকলি


প্ৰবেশ পত্ৰৰ মুকলি তাৰিখ - ৬/১১/২০২১


পৰীক্ষাৰ অৱস্থান সমূহ - ইটানগৰ (৫০০১), ডিব্ৰুগড় (৫১০২), গুৱাহাটী (দিছপুৰ) (৫১০৭), শিলচৰ (৫১১১), ডিমাপুৰ (৫৩০১), কহিমা (৫৩০২), শ্বিলং (৫৪০১), ইম্ফল (৫৫০১), চুৰাচান্দপুৰ (৫৫০২), উখ্ৰুল (৫৫০৩), আগৰতলা (৫৬০১), আইজল (৫৭০১)


প্ৰবেশ পত্ৰৰ ডাউনলোড প্ৰক্ৰিয়া :

প্ৰবেশ পত্ৰৰ ডাউনলোডৰ বাবে তলত উল্লেখিত প্ৰক্ৰিয়া অনুসৰণ কৰক :


# তললৈ যাওঁক ইম্পৰ্টেণ্ট ৱেব লিংক খোলক


# SSC প্ৰবেশ পত্ৰলৈ যাওক


# পঞ্জীয়ন নম্বৰ আৰু জন্ম তাৰিখ দি লগ ইন কৰক


# আপোনাৰ প্ৰবেশ পত্ৰ ডাউনলোড হৈ গ'ল


আৰু পঢ়ক : বি পি চি এলত অনা-কাৰ্যবাহী পদ খালী


Next Story
চাকৰি