Begin typing your search above and press return to search.
উদ্যোগ উত্তৰণ বিষয়া নিযুক্তিৰ বাবে এছ এছ চিৰ আবেদন আহ্বান
ষ্টাফ ছিলেকচন ব'ৰ্ড(এছ এছ চি)-এ উদ্যোগ উত্তৰণ বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ৪৮টা।
দৰমহাঃ মাহিলী ১৬,৮৮০টকা।
বয়সৰ সীমাঃ ১৮ৰ পৰা ৩২বছৰ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৬-০৮-২০২০।
নিযুক্তিৰ স্থানঃ কটক।
আবেদনৰ মাচুলঃ অনলাইনযোগে আবেদন মাচুল হিচাপে ২০০টকা দিব লাগিব। অৱশ্যে এছ চি, এছ টি আৰু শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীয়ে আবেদনৰ মাচুল দিব নালাগে। SBI Collect of State Bank of India portal মুকলিৰ পাছত এই আবেদন মাচুল দিব লাগিব। Refresh বা Back Button-ত ক্লিক নকৰিব।
প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ অহা ১৬ আগষ্টৰ নিশা ১১-৫০বজালৈকে "www.ssc.gov.in-ত অনলাইন প্ৰ-পত্ৰ উপলব্ধ হ'ব। কেৱল অনলাইন আবেদনহে গ্ৰহণ কৰা হব আৰু আনধৰণেৰে প্ৰেৰণ কৰা আবেদন গ্ৰহণ কৰা নহ'ব।
সবিশেষ জানিবলৈ "www.ssc.gov.in চাওক।
আৰু চাব পাৰেঃ পৰীক্ষাগাৰ টেকনিচিয়ান নিযুক্তিৰ বাবে আবেদন আহ্বান
Next Story