Begin typing your search above and press return to search.

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শিক্ষকৰ পদখালী

শিক্ষকৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলক ৱাক ইন সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শিক্ষকৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Nov 2021 7:27 AM GMT

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষয়ে জানক :

ডিব্ৰুগড় বিশ্ববিদ্যালয় হৈছে অসমৰ এখন আগশাৰীৰ কলেজিয়েট পাব্লিক ষ্টেট ইউনিভাৰ্ছিটি। অসম বিধানসভাৰ প্ৰবন্ধ অধিনিয়মৰ অন্তৰ্গত ডিব্ৰুগড় জিলাত অৱস্থিত এই বিশ্ববিদ্যালয় স্থাপন কৰা হয় ১৯৬৪ চনত।

ডিব্ৰুগড় বিশ্ববিদ্যালয় চাকৰিৰ অধিসূচনা :

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চাহ আৰু কৃষি শিক্ষা কেন্দ্ৰত শেহতীয়াকৈ শিক্ষকৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলক ৱাক ইন সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত উল্লেখ কৰা হৈছে:-

পদৰ নাম

প্ৰয়োজনীয় তথ্য

পদৰ নাম

শিক্ষকৰ পদ, চাহ আৰু কৃষি শিক্ষা কেন্দ্ৰত

খালী পদ

০১

বয়স

উল্লেখ নাই

দৰমহা

২৫,০০০/- টকা, মাহিলী, NET/ SET বা P. Hd ডিগ্ৰী ধাৰী সকলৰ বাবে

অৱস্থান

ডিব্ৰুগড়, অসম

আবেদনৰ অন্তিম তাৰিখ

৩০/১১/২০২১

আৱেদন মাছুল

২০০/- টকা

শিক্ষাগত অৰ্হতা :

চাহ প্ৰতিপালন আৰু প্ৰযুক্তিবিদ্যাত প্ৰথম বিভাগত M. Sc ডিগ্ৰী

বিশেষজ্ঞ : খোলা

আকাংক্ষিত :

কাৰ্য্যনিৰ্বাহকৰ পদত চাহ বাগান/ চাহ উদ্যোগত কৰ্ম অভিজ্ঞতা আৰু কম্পিউটাৰৰ জ্ঞান

আৱেদন প্ৰক্ৰিয়া :

# এই পদৰ ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ বায়ডাতা, স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰৰ প্ৰতিলিপি তথা প্ৰকৃত প্ৰতিলিপি সহ সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।

# মাত্ৰ ২০০/- টকাৰ আৱেদন মাছুল পৰিশোধ কৰি প্ৰাৰ্থী সকলে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া :

# ৱাক ইন সাক্ষাৎকাৰ

# তাৰিখ : ৩০ নৱেম্বৰ ২০২১

# সময় : পুৱা ১১বজাৰ পৰা

# অৱস্থান : ভূজৰাজ সেথ সন্মিলন কক্ষ, উপ আচাৰ্যৰ কাৰ্য্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়


আৰু পঢ়ক : মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক নিযুক্তি


Next Story
চাকৰি