MGNREGA সংগ্ৰুৰ নিযুক্তি ২০২২ - কাৰিকৰী সমন্বয়কৰ পদ খালী

মহাত্মা গান্ধী নিযুক্তি গেৰান্টি অধিনিয়ম সংগ্ৰুৰত কাৰিকৰী সমন্বয়কৰ খালী পদত নিযুক্তি প্ৰদানৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে
MGNREGA সংগ্ৰুৰ নিযুক্তি ২০২২ - কাৰিকৰী সমন্বয়কৰ পদ খালী
Published on

MGNREGA ৰ বিষয়ে :

মহাত্মা গান্ধী নিযুক্তি গেৰান্টি অধিনিয়ম ২০০৫ (নতুন নাম, "মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিযুক্তি অধিনিয়ম), হৈছে ভাৰতীয় শ্ৰম আইন আৰু সমান সংৰক্ষণ পদক্ষেপ যাৰ মূল উদ্দেশ্য সকলোৰে বাবে "কামৰ অধিনিয়ম" উপলব্ধ কৰোৱা। এই অধিনিয়ম প্ৰধান মন্ত্ৰী ড. মনমোহন সিঙৰ চৰকাৰৰ অধীনত এই আইন পাছ কৰোৱা হৈছিল ২৩আগষ্ট ২০০৫ চনত।

MGNREGA সংগ্ৰুৰত শেহতীয়া পদ খালী :

মহাত্মা গান্ধী নিযুক্তি গেৰান্টি অধিনিয়ম সংগ্ৰুৰত শেহতীয়া ভাৱে কাৰিকৰী সমন্বয়কৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ নাম 

কাৰিকৰী সমন্বয়ক

খালী পদ

০৬

দৰমহা

১২,১০০ - ২২,১০০/- টকা, প্ৰতি মাহে

অৱস্থান

 সংগ্ৰুৰ - পাঞ্জাৱ

বয়স

১৮ - ৬৪বছৰ

অন্তিম তাৰিখ

০৩ জানুৱাৰী ২০২২

ৱেবছাইট

sangrur.nic.in

খালী পদৰ বিৱৰণ :

পদৰ নাম

খালী পদ 

কাৰিকৰী সমন্বয়ক

 ০১

তথ্য প্ৰযুক্তি ব্যৱস্থাপক

 ০১

গাণনিক

 ০১

অতিৰিক্ত কাৰ্যসূচী বিষয়া 

 ০১

কম্পিউটাৰ সহায়ক

০২ 

দৰমহাৰ বিৱৰণ :

পদৰ নাম

দৰমহা, প্ৰতি মাহে

কাৰিকৰী সমন্বয়ক

২২,০০০/- টকা

তথ্য প্ৰযুক্তি ব্যৱস্থাপক

২৩,০০০/- টকা

গাণনিক

১৮,৭০০/- টকা

অতিৰিক্ত কাৰ্যসূচী বিষয়া

২২,০০০/- টকা

কম্পিউটাৰ সহায়ক

১২,০০০/- টকা 

শিক্ষাগত অৰ্হতা সমূহ :

পদৰ নাম

অৰ্হতা

কাৰিকৰী সমন্বয়ক

চিভিল অভিযান্ত্ৰিক বিভাগত ডিগ্ৰী

তথ্য প্ৰযুক্তি ব্যৱস্থাপক

BE/ B. Tech/ ME/ M. Tech/ B. Sc/ MCA

গাণনিক

B. Com/ M. Com

অতিৰিক্ত কাৰ্যসূচী বিষয়া

গ্ৰেজুৱেচন/ পোষ্ট গ্ৰেজুৱেট 

কম্পিউটাৰ সহায়ক

BE/ B. Tech/ BCA/ MCA 

আৱেদন প্ৰক্ৰিয়া :

• অফিচিয়েল ৱেবচাইট sangrur.nic.in লৈ যাওঁক

• MGNREGA কেৰিয়াৰ বা নিযুক্তি লৈ গৈ আৱেদন কৰিব বিচৰা পদ বিচাৰক

• ৱেবচাইট যোগে উল্লেখিত পদ সমূহৰ অধিসূচনা আৰু অৰ্হতা সমূহ পৰীক্ষা কৰক

• আৱেদন পূৰণ কৰাৰ আগেয়ে অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰক

• যদিহে আপুনি যোগ্য, তেনে শুদ্ধ ভাৱে আৱেদন পূৰণ কৰক

• অন্তিম তাৰিখ ০৩ জানুৱাৰী ২০২১ সকলো প্ৰয়োজনীয় নথি পত্ৰ সহ নিজৰ আৱেদন জমা কৰক

• ভবিষ্যত প্ৰয়োজনৰ বাবে আৱেদন নং/ ডাক নং সংগ্ৰহ কৰক

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com