Begin typing your search above and press return to search.

তেজপুৰ বিশ্ববিদ্যালয়ৰ বিত্ত ব্যৱস্থাপনা বিশেষজ্ঞ নিযুক্তি

তেজপুৰ বিশ্ববিদ্যালয়ে জিলা পৰ্যায়ৰ বিত্ত ব্যৱস্থাপনা বিশেষজ্ঞ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

তেজপুৰ বিশ্ববিদ্যালয়ৰ বিত্ত ব্যৱস্থাপনা বিশেষজ্ঞ নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Aug 2020 10:01 AM GMT

খালী পদৰ সংখ্যাঃ ২১টা।

বয়সৰ সীমাঃ ০১-০১-২০২০-ত ৩৩ বছৰতকৈ কম।

শিক্ষাগত অৰ্হতাঃ এম কম।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৮-০৮-২০২০।

দৰমহাঃ মাহিলীঃ ২৫হেজাৰ টকা।

প্ৰাৰ্থী বাছনিঃ অনলাইন সাক্ষাতকাৰ।

http://www.tezu.ernet.in-ৰ জৰিয়তে আবেদন জনাব পাৰিব।

সবিশেষ জানিবলৈ চাওক

আৰু পঢ়িব পাৰেঃ নেচনেল হাউছিং বেংকৰ চাকৰিৰ আবেদন আহ্বান

Next Story
চাকৰি