Begin typing your search above and press return to search.

জে আৰ এফ প্ৰদানৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ আবেদন আহ্বান

তেজপুৰ বিশ্ববিদ্যালয়ে জুনিয়ৰ ৰিচাৰ্ছ ফেলোশ্বিপ প্ৰদানৰ বাবে আবেদন বিচাৰিছে।

জে আৰ এফ প্ৰদানৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 July 2021 12:00 PM GMT

খালী পদৰ সংখ্যাঃ ০১ টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থীৰ ন্যূনতম ৬০ শতাংশ নম্বৰসহ বায়োইনফৰমেটিক্স/ মলিকুলাৰ বায়োলজী /বায়োটেকনোলজী /কম্পিউটাৰ ছায়েন্স /আই টি / পদাৰ্থ বিজ্ঞান / গণিত/ পৰিসংখ্যা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব। লগতে নেট বা গে'ট থাকিব লাগিব।

নিযুক্তিৰ স্থানঃ তেজপুৰ।

দৰমহাঃ মাহিলী ৩১ হেজাৰ টকাৰ লগতে ঘৰভাড়া বানচ।

বয়সৰ সীমাঃ ২৮ বছৰ।

আবেদনৰ নিয়মঃ আগ্ৰহী তথা অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে প্ৰয়োজনীয় নথিপত্ৰৰ কপিসহ আবেদন গ্ৰহণৰ অন্তিম তাৰিখৰ ভিতৰত পোৱাকৈ আবেদনপত্ৰ আৰু বায়োডাটা Dr. Anupam Nath Jha (anjha@tezu.ernet.in)লৈ প্ৰেৰণ কৰিব পাৰে।

আবেদন গ্ৰহণ শেষ তাৰিখঃ ১৪-০৭-২০২১ ।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি