জে আৰ এফ প্ৰদানৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ আবেদন আহ্বান

তেজপুৰ বিশ্ববিদ্যালয়ে জুনিয়ৰ ৰিচাৰ্ছ ফেলোশ্বিপ প্ৰদানৰ বাবে আবেদন আহ্বান কৰিছে।
জে আৰ এফ প্ৰদানৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ আবেদন আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ন্যূনতম ৫৫ শতাংশ নম্বৰসহ ইলেক্ট্ৰনিকছ ইঞ্জিনীয়াৰিঙৰ এম টেক ডিগ্ৰীধাৰী হব লাগিব। লগতে নেট /গে'ট থাকিব লাগিব।

নিয়োগৰ স্থানঃ তেজপুৰ।

দৰমহাঃ মাহিলী ৩১ হেজাৰ টকা।

বয়সৰ সীমাঃ ২৯ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০২-০৭-২০২১।

ইচ্ছ্যুক প্ৰাৰ্থীয়ে প্ৰয়োজনীয় নথিপত্ৰৰ কপিসহ আবেদন পত্ৰ আৰু বায়োডাটা অহা ২ জুলাইৰ ভিতৰত পোৱাকৈ "rup.gos@gmail.com-লৈ মেইল বা ডাকযোগে  "Dr. Rupam Goswami, Principal Investigator Department of Electronics & Communication Engineering Tezpur University, Tezpur – 784028, Assamলৈ প্ৰেৰণ কৰিব পাৰে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com