তেজপুৰ বিশ্ববিদ্যালয়ত জে আৰ এফ মকৰল

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ
তেজপুৰ বিশ্ববিদ্যালয়ত জে আৰ এফ মকৰল
Published on: 

তেজপুৰ বিশ্ববিদ্যালয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেল' মকৰলৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : জুনিয়ৰ ৰিচাৰ্ছ ফেল'

খালী পদৰ সংখ্যা : ০১টা ।

অৱস্থান : তেজপুৰ, অসম । 

দৰমহা : ৩১,০০০টকা (মাহিলী)।

অন্তিম তাৰিখ : ১৮/০৯/২০২১ । 

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ নিৰ্ধাৰিত পাঠ্যৰ ৰূপত, প্ৰয়োজনীয় নথি পত্ৰ সহ নিম্নোক্ত ই- মেইল লৈ প্ৰেৰণ কৰিব লাগিব।

মেইল : nayanmoni@tezu.ernet.in,

nayan.g3@gmail.com 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com