Begin typing your search above and press return to search.

তেজপুৰ বিশ্ববিদ্যালয়ত আই পি আৰ আসনৰ অধ্যাপক নিযুক্তি

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে আই পি আৰ আসনৰ অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

তেজপুৰ বিশ্ববিদ্যালয়ত আই পি আৰ আসনৰ অধ্যাপক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Jun 2020 10:27 AM GMT

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ১ লাখ টকা ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৯.০৭.২০২০ ।

আবেদন মাচুলঃ ১,০০০টকা (অ-প্ৰত্যাৰ্পিত)। অৱশ্যে এছ চি, এছ টি আৰু শাৰীৰিকবাবে অক্ষম প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

সবিশেষ জানিবলৈ http://www.tezu.ernet.in/Admin/Advt_No_07_2020_IPR-Merged.pdf চাব পাৰে।

আৰু পঢ়িব পাৰেঃ এন আই এৰ পদত নিযুক্তিৰ আবেদন আহ্বান

Next Story
চাকৰি