Begin typing your search above and press return to search.

অসমৰ পৰিবহন বিভাগত বিভিন্ন ধৰণৰ পদ খালী

ৰাজ্যৰ পৰিবহন বিভাগে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অসমৰ পৰিবহন বিভাগত বিভিন্ন ধৰণৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Aug 2020 11:17 AM GMT

পদসমূহঃ

কনিষ্ঠ সহায়ক (মুখ্য কাৰ্যালয় পৰ্যায়ৰ)

খালী পদৰ সংখ্যাঃ ৮টা।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৪৯হেজাৰ টকা আৰু ৬,২০০ টকাৰ গ্ৰেড পে।

ষ্টেনোগ্ৰাফাৰ

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৪৯হেজাৰ টকা আৰু ৮,০০০ টকাৰ গ্ৰেড পে।

কনিষ্ঠ সহায়ক (জিলা পৰ্যায়ৰ)

খালী পদৰ সংখ্যাঃ ৫৬টা।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৪৯হেজাৰ টকা আৰু ৬,২০০ টকাৰ গ্ৰেড পে।

কম্পিউটৰ,

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৪৯হেজাৰ টকা আৰু ৬,২০০ টকাৰ গ্ৰেড পে।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৮-০৮-২০২০।

আবেদনৰ নিয়মঃ.আবেদন কেৱল SLPRB website (www.slprbassam.in)ৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব। অহা ০৮ আগষ্টলৈকে আবেদন গ্ৰহণ কৰা হব। তাৰ পাছত কোনো আবেদন গ্ৰহণ কৰা নহব।

আৰু চাব পাৰেঃ অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনত চিকিত্সক নিযুক্তি

Next Story
চাকৰি