Begin typing your search above and press return to search.

বিশ্ববিদ্যালয় অনুদান আয়োগৰ জ্যেষ্ঠ পৰিসংখ্যা সহায়ক নিযুক্তি

বিশ্ববিদ্যালয় অনুদান আয়োগে জ্যেষ্ঠ পৰিসংখ্যা সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

বিশ্ববিদ্যালয় অনুদান আয়োগৰ জ্যেষ্ঠ পৰিসংখ্যা সহায়ক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Aug 2020 5:54 AM GMT

খালী পদৰ সংখ্যাঃ ১১টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পৰিসংখ্যাৰ স্নাতকোত্তৰ ডিগ্ৰী অথবা অৰ্থনীতি বা বাণিজ্য (পৰিসংখ্যা এটা বিষয়ৰূপে থাকিব লাগিব)ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩৫ বছৰ।

অভিজ্ঞতাঃ দুবছৰৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০।

দৰমহাঃ ৩৫,৪০০ টকাৰ পৰা ১,১২,৪০০ টকা।

কেনেদৰে আবেদন জনাব পাৰিবঃ অহা ১৭-০৬-২০২০ লৈকে আবেদন জনাব পাৰিব। ঠিকনাঃ প্ৰয়োজনীয় নথিপত্ৰৰ হাৰ্ডকপি Secretary, University Grants Commission, Bahadurshah Zafar Marg, New Delhi – 110002 এই ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব। আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

আৰু চাব পাৰেঃ অসম সচিবালয়ত কনিষ্ঠ প্ৰশাসনিক সহায়ক নিযুক্তি

Next Story
চাকৰি