Begin typing your search above and press return to search.

সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে ইউ পি এছ চিৰ আবেদন আহ্বান

কেন্দ্ৰীয় লোকসেৱা আয়োগ( ইউ পি এছ চি)-এ সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে ইউ পি এছ চিৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Sep 2020 12:41 PM GMT

পদৰ নামঃ Specialist Grade III Assistant Professor।

খালী পদৰ সংখ্যাঃ ১৭৫টা।

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা এম বি বি এছ। তদুপৰি ভাৰতীয় চিকিত্সা পৰিষদ আইন, ১৯৫৬ৰ ১৩ ধাৰাৰ তিনি উপ-ধাৰাৰ চৰ্ত পূৰণ কৰিব লাগিব। লগতে সংশ্লিষ্ট শাখাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৪৫ বছৰ।

নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০১-১০-২০২০।

আবেদনৰ মাচুলঃ ২৫ টকা। নেট বেংকিং বা এছ বি আইৰ যিকোনো শাখাত জমা দিব লাগিব।

আবেদনৰ নিয়মঃ http://www.upsconline.nic.in- জৰিয়তে আবেদন জনাব পাৰিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ কনিষ্ঠ অভিযন্তা নিযুক্তিৰ বাবে এ পি এছ চিৰ আবেদন আহ্বান

Next Story
চাকৰি