কেন্দ্ৰীয় লোকসেৱা আয়োগৰ উপ-সংমণ্ডল অভিযন্তা নিযুক্তি

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ উপ-সংমণ্ডল অভিযন্তা নিযুক্তি

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ বিষয়েঃ

কেন্দ্ৰীয় লোকসেৱা আয়োগ বা ইউ পি এছ চি হৈছে কেন্দ্ৰীয় চৰকাৰৰ গ্ৰুপ-এ বিষয়া নিযুক্তি দিয়া দেশৰ আগশাৰীৰ নিযুক্তি কৰ্তৃপক্ষ। ইউ পি এছ চিয়ে অসামৰিক সেৱা, প্ৰতিৰক্ষা সেৱা, অভিযান্ত্ৰিক সেৱা, কেন্দ্ৰীয় স্বাস্থ্য সেৱা, স্থপতি সেৱা আদিৰ গ্ৰপ-এ বিষয়া বাছনি কৰে। ইউ পি এছ চিয়ে বাছনি কৰি দিয়া বিষয়াসকলক কেন্দ্ৰীয় চৰকাৰৰৰ কৰ্মী আৰু প্ৰশিক্ষণ বিভাগে নিযুক্তি দিয়ে। 

কেন্দ্ৰীয় লোকসেৱা আয়োগত নিযুক্তি ২০২১ঃ 

কেন্দ্ৰীয় লোকসেৱা আয়োগে উপ-সংমণ্ডল অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ অৰ্হতা, বয়স, দৰমহা আদিৰ বিষয়ে তলত ত

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

উপ-সংমণ্ডল অভিযন্তা

খালী পদ 

 ০৬টা। 

বয়সৰ সীমা 

সৰ্বোচ্চ ৩৫ বছৰ। অ বি চি প্ৰাৰ্থীয়ে ৩ বছৰ, এচ চি, এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ আৰু বিশেষভাবে সক্ষম প্ৰাৰ্থীয়ে ১০ বছৰ বয়স ৰেহাই পাব।  

দৰমহা

মাহিলী ১৫, ৬০০ টকাৰ পৰা ৩৯,১০০টকা। 


নিযুক্তিৰ স্থান

চণ্ডীগড়। 

অন্তিম তাৰিখ

৩০ ডিচেম্বৰ, ২০২১

আবেদনৰ মাছুল 

এছ চি/ এছ টি / বিশেষভাবে সক্ষম / মহিলা প্ৰাৰ্থীৰ নাই। অন্যান্যসকলৰ ২৫ টকা।  আদায়ৰ পদ্ধতি: অনলাইন।

শিক্ষাগত অৰ্হতা:


যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত চিৱিল ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰীধাৰী। 

Starting from 11-12-2021 to 30-Dec-2021


আবেদন প্ৰক্ৰিয়া:

অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে upsc.gov.inৰ জৰিয়তে অহা ৩০ ডিচেম্বৰ, ২০২১লৈকে আবেদন জনাব পাৰে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com