Begin typing your search above and press return to search.

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সহকাৰী নিয়োগ বিষয়া, সহকাৰী অধ্যাপক নিযুক্তি

কেন্দ্ৰীয় লোকসেৱা আয়োগে সহাকাৰী নিয়োগ বিষয়া, সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সহকাৰী নিয়োগ বিষয়া, সহকাৰী অধ্যাপক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Jan 2022 8:00 AM GMT

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ বিষয়েঃ

কেন্দ্ৰীয় লোকসেৱা আয়োগ ( ইউ পি এছ চি)-হৈছে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় অসামৰিক সেৱা, প্ৰতিৰক্ষা সেৱা, অভিযান্ত্ৰিক সেৱা, স্বাস্থ্য বিজ্ঞান সেৱা, প্ৰাকৃতি সম্পদ সেৱা, স্থপতি সেৱা, আইন সেৱা আদিৰ গ্ৰুপ-এ আৰু গ্ৰুপ-বি বিষয়া বাছনি কৰা দেশৰ আগশাৰীৰ নিযুক্তি কৰ্তৃপক্ষ। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সেৱাৰ বিষয়া বাছনিৰ দায়িত্ব ইউ পি এছ চিৰ হাতত থাকে। কেন্দ্ৰীয় কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে এই বিষয়াবৰ্গক নিয়োগ কৰে।

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ নিযুক্তি-২০২২ঃ

কেন্দ্ৰীয় লোকসেৱা আয়োগে সহকাৰী নিয়োগ বিষয়া, সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত সবিশেষ তথ্য চাব পাৰেঃ





পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

সহকাৰী নিযোগ বিষয়া, সহকাৰী অধ্যাপক।

খালী পদ

১৪ টা।

বয়সৰ সীমা

০১-০১-২০২২-ত সৰ্বোচ্চ ৫০ বছৰ।

দৰমহা

নিয়ম অনুসৰি।

চাকৰিৰ স্থান

ভাৰতৰ যিকোনো স্থানত

অন্তিম তাৰিখ

১০ ফেব্ৰুৱাৰী, ২০২২।

আবেদন মাচুল

২৫ টকা। এছ -িচ এছ টি, মহিলা প্ৰাৰ্থীৰ নাই।

মাচুল পৰিশোধৰ পদ্ধতি

অনলাইল। -


শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী।

অভিজ্ঞতাৰ বিৱৰণঃ

জ্যেষ্ঠ প্ৰশাসনিক বিষয়া (গ্ৰেড-২)ঃ প্ৰশাসনিক, প্ৰতিষ্ঠাপন আৰু গাণনিক কামত ন্যূনতম ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

সহকাৰী নিযোগ বিষয়াঃ আৰ্থ-সামাজিক অনুসন্ধান অথবা জনসংখ্যাগত নিয়োগৰ সৈতে জড়িত গৱেষণাৰ কামত ন্যূনতম ২ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

উপ-মাণ্ডলিক নিয়োগ বিষয়া/ বিষয়াঃআৰ্থ-সামাজিক অনুসন্ধান অথবা জনসংখ্যাগত নিয়োগৰ সৈতে জড়িত গৱেষণাৰ কামত ন্যূনতম ২ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।


আবেদনৰ নিযমঃ অহা ২২ ফেব্ৰাুৱাৰী, ২০২২-ৰ ভিতৰত upsc.gov.iৰ পৰা আবেদন জনাব পাৰে।


আৰু চাব পাৰে : উত্তৰ প্ৰদেশ লোকসেৱা আয়োগৰ ষ্টাফ নাৰ্ছ নিযু্ক্তি

Next Story
চাকৰি