চাকৰি
ৱেব ডেভেলপাৰ পদৰ বাবে ভেনটেজ চাৰ্কলত নিযুক্তি
ৱেব ডেভেলপাৰ পদৰ বাবে ভেনটেজ চাৰ্কলত নিযুক্তি 2020
ৱেব ডেভেলপাৰ পদৰ বাবে গুৱাহাটী অৱস্থিত ছয় মাইলৰ ভেনটেজ চাৰ্কলত ইচ্ছুক প্ৰাৰ্থীৰ বাবে নিযুক্তি বিচাৰিছে ।
পদৰ নাম: ৱেব ডেভেলপাৰ
পদৰ সংখ্যা - ০৫
স্থান- ছয় মাইল,গুৱাহাটী ।
অৰ্হতা - বি টেক/এম চি এছ/এম এছ চি ( কম্পিউটাৰ চাইঞ্চ) চি এছ ফাউণ্ডামেন্টেলৰ অভিজ্ঞতা MySql আৰু DB ৰ অভিজ্ঞতা
কেনেদৰে আৱেদন জনাব : ইচ্ছুক প্ৰাৰ্থীয়ে বায়ডাটা careers@vantagecircle.com . পঠাব পাৰিব ।
অন্তিম তাৰিখ: ৩১/০৫/২০২০
অন্য খবৰ পঢ়ক : মহাৰাষ্ট্ৰ ইউনিভাৰ্ছিটি অফ হেল্থ চাইন্স নিযুক্তি ২০২০