Begin typing your search above and press return to search.

পশ্চিম অসম গাখীৰ উত্পাদক সমবায় সংঘ লিমিটেডত পদ খালী

আগ্ৰহী প্ৰাৰ্থীসকলে তলত বয়স, শিক্ষাগত অৰ্হতা, দৰমহা আদিৰ বিষয়ে পাব।

পশ্চিম অসম গাখীৰ উত্পাদক সমবায় সংঘ লিমিটেডত পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Oct 2021 9:36 AM GMT

পশ্চিম অসম গাখীৰ উত্পাদক সমবায় সংঘ লিমিটেড (WAMUL)-এ গাঁওভিত্তিক গাখীৰ সংগ্ৰহ ব্যৱস্থাৰ বাবে কাৰ্যবাহী (Procurement & Input) নিযুক্তি দিবলৈ লৈছে। আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আগ্ৰহী প্ৰাৰ্ছীসকলে আবেদন জনাব পাৰে। এই বিষয়ে তলত সবিশেষ তথ্য পাব।

পশ্চিম অসম গাখীৰ উত্পাদক সমবায় সংঘ লিমিটেড (WAMUL)-এ সহকাৰী-১ (দুগ্ধ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত বয়স, শিক্ষাগত অৰ্হতা, দৰমহা আদিৰ বিষয়ে পাব।


চাকৰিৰ বিৱৰণ

প্ৰয়োজনীয়তাৰ বিৱৰণ

পদৰ নাম

সহকাৰী-১ (দুগ্ধ)

খালী পদ

১ টা

বয়স

১ জানুৱাৰী, ২০২১ত ৩০ বছৰতকৈ অদিক হব নালাগিব।

দৰমহা

মাহিলী ২ লাখ টকা ( পি এফ আৰু অন্যান্যক ধৰি)।

স্থান

গুৱাহাটী, অসম।

আবেদনৰ অন্তিম তাৰিখ

০৮ নৱেম্বৰ, ২০২১।

আবেদনৰ মাচুল

তথ্য উপলব্ধ নহয়।



শিক্ষাগত অৰ্হতাঃ ন্যূনতম বৈদ্যুতিক ট্ৰেড/ইলেক্ট্ৰনিক মেকানিক/ইনষ্ট্ৰুমেণ্টেচনৰ ন্যূনতম আই টি আই উত্তীৰ্ণ । ন্যূনতম ২-৩ বছৰৰ কৰ্ম-অবিজ্ঞতা থাকিব লাগিব ( দুগ্ধ বা খাদ্য উদ্যোগত অভিজ্ঞসকলে অগ্ৰাধিকাৰ পাব। সংশ্লিষ্ট ক্ষেত্ৰত অভিজ্ঞতা থকা নতুন সকলেও আবেদন জনাব পাৰিব।

প্ৰাৰ্থীসকলে ৱামুলৰ ৱেবছাইট WAMUL https://www.purabi.org/hiring-page.php-ৰ পৰা আবেদনপত্ৰ ডাউনলোড কৰিব পাৰিব। শিক্ষাগত অৰ্হতা, বয়স, আদিৰ প্ৰমাণপত্ৰৰ স্ব-প্ৰত্যায়িত প্ৰতিলিপিসহ আবেদন পত্ৰ Head-HR, The West Assam Milk Producers' Cooperative Union Limited, Purabi Dairy, Panjabari, Guwahati-781037- লৈ প্ৰেৰণ কৰিব পাৰিব।

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।


আৰু চাব পাৰেঃ IASST-ত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ পদখালী

Next Story
চাকৰি