Begin typing your search above and press return to search.

অনুষ্কা শৰ্মাৰ সুখী বিৰাটৰ চেঞ্চুৰীক লৈ,প্ৰতিক্ৰিয়া প্ৰকাশ ইনষ্টাৰ ষ্টৰীত; ফটো

অনুষ্কা শৰ্মাৰ সুখী বিৰাটৰ চেঞ্চুৰীক লৈ,প্ৰতিক্ৰিয়া প্ৰকাশ ইনষ্টাৰ ষ্টৰীত; ফটো

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Oct 2018 11:32 AM GMT

অলপতে খেল-ৰত্ন লাভ কৰা বিৰাটৰ চেঞ্চুৰীক লৈ সুখী পত্নী তথা মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মা । কেৱল চেঞ্চুৰী কৰাই নহয় শচীন তেণ্ডুলকাৰকো পিছ পেলাই ১০,০০০ৰান কৰিবলৈ সক্ষম হ'ল বিৰাট কোহলী । ১০,০০০ৰান সম্পূৰ্ন কৰা বিৰাটৰ পত্নী অনুষ্কা শৰ্মা সুখতে জপিয়ালে আকাশলৈ । সুখৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ইনষ্টাৰ জৰিয়তে,তলত ফটো………

Next Story
চাকৰি