Begin typing your search above and press return to search.

অসম পঞ্চায়ত নিৰ্বাচন ফলাফলৰ Live Update

অসম পঞ্চায়ত নিৰ্বাচন ফলাফলৰ Live Update

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Dec 2018 11:23 AM GMT

বৰ্তমানলৈ হোৱা ভোট গণনা অনুসৰি অসমৰ পঞ্চায়ত নিৰ্বাচনৰ শেহতীয়া খবৰ-

বিজেপিয়ে অগ্ৰগতি লাভ কৰি আছে। বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সমষ্টি সৰভোগত বিজেপিৰ বিপৰ্য্যয়।

গাঁও পঞ্চায়তৰ সদস্যৰ ফলাফল:

মুঠ আসন: ২১৯৯০

বিজেপি: ৬২৫

কংগ্ৰেছ: ৩৫০

অগপ: ১৩৪

এআইইউডিএফ: ২৯

অন্যান্য: ৯৯

গাঁও পঞ্চায়তৰ সভাপতিৰ ফলাফল:

মুঠ আসন:২১৯৯

বিজেপি: ১১৯

কংগ্ৰেছ: ৬৩

অগপ: ১৭

এআইইউডিএফ: ০৩

অন্যান্য: ০৬

আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ফলাফল:

মুঠ আসন:২১৯৯

বিজেপি: ৭১

কংগ্ৰেছ: ৩৯

অগপ: ০৯

এআইইউডিএফ: ০৩

অন্যান্য: ০৯

জিলা পৰিষদৰ সদস্যৰ ফলাফল:

মুঠ আসন: ৪২০

বিজেপি: ০৭

কংগ্ৰেছ: ০৯

অগপ: ০৪

এআইইউডিএফ: ০

অন্যান্য: ০

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

Next Story