আকৰ্ষণীয় পৰ্য্যায়ত মধ্যপ্ৰদেশ বিধান সভা নিৰ্বাচন

আকৰ্ষণীয় পৰ্য্যায়ত মধ্যপ্ৰদেশ বিধান সভা নিৰ্বাচন
Published on: 

মধ্যপ্ৰদেশ বিধান সভা নিৰ্বাচনৰ আকৰ্ষণীয় পৰ্য্যায়ত। এবাৰ বিজেপিৰ পক্ষে তুলাচনী, এবাৰ কংগ্ৰেছৰ পক্ষে তুলাচনী। বৰ্তমানলৈ সামগ্ৰিক ফলাফল এনেধৰণৰ-

বিজেপি=১০৯ খন, কংগ্ৰেছ=১১১ খন, অন্যান্য=১০ খন আসনত অগ্ৰগতি লাভ কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com