Top
Begin typing your search above and press return to search.

আজি পাঁচখন ৰাজ্যৰ ভোটগণনা

আজি পাঁচখন ৰাজ্যৰ ভোটগণনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Dec 2018 4:24 AM GMT

আজি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰণনা ৷ মিজোৰাম,মধ্যপ্ৰদেশ, ছত্তীছগড়,তেলেংগনা আৰু ৰাজস্থান এই পাঁচ ৰাজ্যৰ নিৰ্ণয় হ’ব প্ৰাৰ্থী ভাগ্য ৷ পুৱা ৮ বজাৰ পৰা হৈছে ভোটগণনা ৷ এই পৰ্যন্ত মিজোৰামত ১৮ খন আসন লাভ কৰিছে MNF অৰ্থাৎ মিজো নেশ্যনেল ফন্টয়ে ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছে ১৩ খন আসনত অগ্ৰগতি লাভ কৰিছে ৷

আনহাতে ৫ ৰাজ্যতে আগবাঢ়ি আছে কংগ্ৰেছ ৷ মিজোৰামত ৪০ টা সমষ্টিত নিৰ্ণয় হ’ব ২০৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য৷ মিজোৰামত এম এন এফ,কংগ্ৰেছে ৪০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ বিজেপিয়ে কৰিছে ৩৯ খন আসনত৷ সম্প্ৰতি পাঁচখন ৰাজ্যত প্ৰতি মুহুৰ্ততে সলনি হৈছে নিৰ্বাচনৰ ভোটগণনাৰ ৰূপ ৷

অধিক খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

Next Story