Top
Begin typing your search above and press return to search.

উচ্চতৰ মাধ্যমিকৰ ফলাফল: শীৰ্ষ দহটা স্থানত কেচি দাস কমাৰ্চ কলেজ আৰু কমাৰ্চ কলেজৰ পৰীক্ষাৰ্থী

উচ্চতৰ মাধ্যমিকৰ ফলাফল: শীৰ্ষ দহটা স্থানত কেচি দাস কমাৰ্চ কলেজ আৰু কমাৰ্চ কলেজৰ পৰীক্ষাৰ্থী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 May 2019 6:39 AM GMT

আজি ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল বানিজ্যি শাখাৰ গুৱাহাটী কমাৰ্চ কলেজ আৰু কেচি দাস কমাৰ্চ কলেজৰ শিক্ষাৰ্থীয়ে শীৰ্ষ ১০ স্হানত উৰ্ত্তীৰ্ণ হবলৈ সক্ষম হৈছে ।

কে চি দাস কমাৰ্চ কলেজৰ আয়ুশ্বি জৈনে শীৰ্ষ দ্বিতীয় স্থানত উৰ্ত্তীৰ্ণ হবলৈ সক্ষম হৈছে । আয়ুশ্বি জৈনে ৫০০ নম্বৰৰ ভিতৰত ৪৬৮ লাভ কৰিছে ।

গুৱাহাটী কমাৰ্চ কলেজৰ নেহা আগৰৱালায়ে শীৰ্ষ তৃতীয় স্থানত উৰ্ত্তীৰ্ণ হৈছে । নেহা আগৰৱালায়ে ৪৬৫ নম্বৰ লাভ কৰে ।

গুৱাহাটী কমাৰ্চ কলেজৰ অৰুনাভ নাথে চতুৰ্থ স্থানত উৰ্ত্তীৰ্ণ হৈছে । অৰুনাভ নাথে ৫০০ নম্বৰৰ ভিতৰত ৪৬১ লাভ কৰিছে ।

গুৱাহাটী কমাৰ্চ কলেজৰ পঞ্চম স্থানত উৰ্ত্তীৰ্ণ হৈছে ৰাহুল ৰয় । ৰাহুল ৰয়ে ৫০০ নম্বৰৰ ভিতৰত ৪৬০ নম্বৰ লাভ কৰে ।

কেচি দাস কমাৰ্চ কলেজৰ হাঞ্চিকা চাওলায়ে সপ্তম স্থানত উৰ্ত্তীৰ্ণ হবলৈ সক্ষম হৈছে । হাঞ্চিকা চাওলায়ে ৪৬৮ নম্বৰ লাভ কৰে।

কেচি দাস কমাৰ্চ কলেজৰ দিশা জৈনে অষ্টম স্থানত উৰ্ত্তীৰ্ণ হৈছে । মুঠ ৪৫৭ নম্বৰ লাভ কৰে দিশা জৈনে ।

লগতে কে চি দাস কমাৰ্চ কলেজৰ মুচকান পাচিচিয়া, জাগ্ৰুতি চেথিয়া আৰু ইশ্বিকা আগৰৱালায়ে দশম স্থানত উৰ্ত্তীৰ্ণ হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

Next Story