Top
Begin typing your search above and press return to search.

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা ১২ ফেব্ৰুৱাৰীৰ পৰা

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা ১২ ফেব্ৰুৱাৰীৰ পৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Dec 2018 6:39 AM GMT

অসমত উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষা সমূহ ১২ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰাম্ভ হব। ব্যবহাৰিক পৰীক্ষা সমূহ ১১ জানুৱাৰীৰ পৰা আৰম্ভ হব। অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ সচিৱ কমল জ্যোতি গগৈয়ে মংগলবাৰে এই কথা সদৰি কৰে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

Next Story