
অসমত উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষা সমূহ ১২ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰাম্ভ হব। ব্যবহাৰিক পৰীক্ষা সমূহ ১১ জানুৱাৰীৰ পৰা আৰম্ভ হব। অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ সচিৱ কমল জ্যোতি গগৈয়ে মংগলবাৰে এই কথা সদৰি কৰে।
অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ