Begin typing your search above and press return to search.

এন আৰ চি দাবী আপত্তি দৰ্শোৱাৰ দিন পিছুৱাৰ দাবী দল সংগঠনৰ

এন আৰ চি দাবী আপত্তি দৰ্শোৱাৰ দিন পিছুৱাৰ দাবী দল সংগঠনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Dec 2018 7:26 AM GMT

এন আৰ চি অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দাবী আৰু আপত্তি দৰ্শোৱাৰ ব্যৱস্থা সলনিৰ দাবী আৰু আপত্তিৰ দৰ্শোৱাৰ দাবী জনাইছে একাংশ দল সংগঠনে ৷ সদ্যহতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বতাহ বলিছে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য বিভাগৰ মন্ত্ৰীসকলকে ধৰি দল তথা নেতাসকল ব্যস্ত আছে নিৰ্বাচনী প্ৰচাৰত৷

ইফালে ১২ ডিচেম্বৰত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ৷ অন্যহাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দাবী নিস্পত্তি দৰ্শোৱাৰ শেষ দিন ধাৰ্য কৰিছে ১৫ ডিচেম্বৰ ৷ অবৈধ বাংলাদেশী নাম কৰ্তনৰ বাবে নাগৰিকত্ব আইনৰ নিয়ম আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি আইনৰ নিয়ম প্ৰয়োগ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু এন আৰ চি কৰ্তৃপক্ষৰ ওচৰত দাবী কৰিছে দল সংগঠনে।

ইফালে সেৱা কেন্দ্ৰ সমূহৰ উপৰি জিলা সদৰ সমূহত দাবী আপত্তি কৰোৱাৰ দাবী জনাই এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলালৈ এখন পত্ৰ প্ৰেৰণ কৰাৰ কৰিব দল সংগঠনে৷

অধিক খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

Next Story
চাকৰি