Begin typing your search above and press return to search.

কলিয়াবৰত ১ বজালৈকে কংগ্ৰেছৰ অগ্ৰগতি

কলিয়াবৰত ১ বজালৈকে কংগ্ৰেছৰ অগ্ৰগতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 May 2019 7:40 AM GMT

কলিয়াবৰত আগবাঢ়িছে কংগ্ৰেছৰ গৌৰৱ গগৈ ৷ গৌৰৱ গগৈয়ে লাভ কৰিছে ২৬৭২২৬ টা ভোট ৷ আৰু অগপৰ মণি মাধৱ মহন্তই লাভ কৰিছে ২৫৫০১৮ ৷ নগাঁৱত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা ৷ ৰূপক শৰ্মাই লাভ কৰিছে ২২৯৯৬০ টা ভোট আৰু কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে লাভ কৰিছে ২০৪০৩০ টা ভোট ৷

ইফালে, ধুবুৰীত আগবাঢ়ি আছে এআইইউডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল । আজমলে এতিয়ালৈকে লাভ কৰিছে ২৫৭৭৯৬ টা ভোট ৷ আৰু কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীয়ে লাভ কৰিছে ১৬৩৪৬৩ টা ভোট ৷

অন্য খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

Next Story
চাকৰি