গুৱাহাটীৰ ফাচী বজাৰত লাচিত দিৱসৰ বিশেষ অনুষ্ঠান।
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালৰ উদ্যোগত আয়োজিত কৰা হৈছে এই অনুষ্ঠান।
অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বীৰ লাচিত বৰফুকনক শ্ৰদ্ধা জ্ঞাপন কৰে।
বৰলুইতৰ বালিচৰত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত আছে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালী, আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, বিশিষ্ট লেখিকা এলী আহমেদে।