Top
Begin typing your search above and press return to search.

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত আছুৰ বৃহৎ জয়

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত আছুৰ বৃহৎ জয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Sep 2018 1:16 PM GMT

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থা বৃহৎ বিজয় লাভ কৰিছে।মুঠ ১৫ টা পদৰ ১১টা পদৰ বাবে ২৯গৰাকী প্ৰাৰ্থী ৰ মাজত অনুষ্ঠিত হৈছিল এই নিৰ্বাচন।সাধাৰণ সম্পাদক, সভাপতি পদকে ধৰি গৰিষ্ঠসংখ্যক আছু সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ । ২০১৮-১৯ বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সভাপতি পদত লাকীমনি বৰুৱা আৰু সাধাৰণ সম্পাদকৰ পদত আছু সমৰ্থিত প্ৰাৰ্থী নয়নজ্যোতি গগৈৰ জয়লাভ । পুৱাৰে পৰা উখল-মাখল পৰিস্থিতি বিৰাজ কৰিছে সমগ্ৰ কৃষ্ণচূড়া নগৰীৰ পৰিবেশ।

Next Story