গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত আছুৰ বৃহৎ জয়

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত আছুৰ বৃহৎ জয়
Published on

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থা বৃহৎ বিজয় লাভ কৰিছে।মুঠ ১৫ টা পদৰ ১১টা পদৰ বাবে ২৯গৰাকী প্ৰাৰ্থী ৰ মাজত অনুষ্ঠিত হৈছিল এই নিৰ্বাচন।সাধাৰণ সম্পাদক, সভাপতি পদকে ধৰি গৰিষ্ঠসংখ্যক আছু সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ । ২০১৮-১৯ বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সভাপতি পদত লাকীমনি বৰুৱা আৰু সাধাৰণ সম্পাদকৰ পদত আছু সমৰ্থিত প্ৰাৰ্থী নয়নজ্যোতি গগৈৰ জয়লাভ । পুৱাৰে পৰা উখল-মাখল পৰিস্থিতি বিৰাজ কৰিছে সমগ্ৰ কৃষ্ণচূড়া নগৰীৰ পৰিবেশ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com