ব্ৰেকিং নিউজ
গুৱাহাটী মহানগৰীৰ পানবজাৰস্থিত হোটেল ৰিয়েল্টোত সংঘটিত ভয়ানক অগ্নিকাণ্ড
গুৱাহাটী মহানগৰীৰ পানবজাৰস্থিত হোটেল ৰিয়েল্টোত সংঘটিত ভয়ানক অগ্নিকাণ্ড।শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।হোটেলখনৰ ৰান্ধনীশালৰ পৰা জুইৰ সূত্ৰপাত ঘটে বুলি স্থানীয় লোকে জনায়।নিমিষতে জুইৰ ধোঁৱাই আৱৰি ধৰে পানবজাৰ অঞ্চলটো।অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখনকৈ বাহনে চেষ্টা চলাই নিৰ্বাপন কৰে জুই।অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা সামগ্ৰী জুইত জাহ যোৱাৰ সন্দেহইতিমধ্যে ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।
অধিক খবৰৰ বাৰে পঢ়ক:ব্ৰেকিং নিউজ