Begin typing your search above and press return to search.

ডিজাইনাৰ মাচাবাৰ শাৰী পৰিধান কৰিলে কৰিনাই;ফটো

ডিজাইনাৰ মাচাবাৰ শাৰী পৰিধান কৰিলে কৰিনাই;ফটো

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Nov 2018 10:37 AM GMT

বৰ্তমান অতি চৰ্চিত বিষয় সমূহৰ ভিতৰত অন্যতম বিষয় হৈছে চেলিব্ৰেটিচ সকলে দিপাৱলীৰ সময়ত পৰিধান কৰা কাপোৰৰ বিষয়ে । হয়,দিপাৱলী তথা উৎসৱৰ সময়ৰ চেলিব্ৰেটিচ সকলে কি ধৰনৰ কাপোৰ,কি ৰঙৰ কাপোৰ,কাৰ ডিজাইন কৰা কাপোৰ পৰিধান কৰে তাক লৈ চৰ্চাৰ বিষয় হৈ পৰে ।

"কভী খুচী কভী গম" ছবি খনৰ কৰিনা কাপুৰ খানৰ এটি জনপ্ৰিয় ডায়লগ "Tumhara koi haq nahi banta ki tum itni sundar lago. Not fair!" । এই ডায়লগ টো হয়তো আপোনালোক সকলোৰে মনত আছে,উক্ত কথাষাৰকে প্ৰমান কৰি দেখুওৱালে অভিনেত্ৰী গৰাকীয়ে ।

https://www.instagram.com/p/Bp2IXOABuqO/?utm_source=ig_embed

ডিজাইনাৰ মাচাবা গুপ্তাৰ ডিজাইন কৰা পল্কা ডট চান্দেৰী শাৰী পৰিধান কৰিলে কৰিনা কাপুৰ খানে । মনক্ৰম শাৰীৰ সৈতে সোনালী ৰঙৰ পাৰি দিয়া শাৰী পৰিধিত কৰা ৰূপত অতি সুন্দৰ দেখা হৈছে কৰিনা কাপুৰ খান তথা 'ৱেবো'ক । কানফুলি আৰু আঙুঠি কিউৰিয় কটেজ আৰু সংগীতা ব'চাৰা । তলত সুন্দৰী,পাটাকা লুক কৰিনাৰ ফটো প্ৰকাশ কৰা হ'ল…………

https://www.instagram.com/p/Bp2IjEunZA4/

https://www.instagram.com/p/Bp2IUQmHmAa/

দিৱালী উপলক্ষে পৰিধান কৰিলও মাচাবাৰ ডিজাইন কৰা সুন্দৰ শাৰী । তলত দিয়া ফটো সমূহত কৰিনাক দেখা পোৱা গ'ল পৰিয়ালৰ সৈতে,শ্বেইফ আলী খান,কৰিশ্মা কাপুৰ আদি ।

অন্য খবৰৰ বাবে ক্লিক কৰক: মোহময়ী কৰিনাৰ চকুৰ আইলিনাৰ কিছু ষ্টাইল

https://www.instagram.com/p/Bp2al0DHV4-/

Next Story
চাকৰি