Begin typing your search above and press return to search.

দিল্লীত মমতা বেনাৰ্জীৰ সংবাদ মেল: বিজেপিৰ পতন আৰম্ভ

দিল্লীত মমতা বেনাৰ্জীৰ সংবাদ মেল: বিজেপিৰ পতন আৰম্ভ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Dec 2018 11:23 AM GMT

দিল্লীত সংবাদ মেল সম্বোধন কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ঘোষণা ২০১৯ ত বিজেপিৰ পতন নিশ্চিত। জনতাই ইতিমধ্যে বিজেপিক নাকচ কৰিছে কেবল ভোট গ্ৰহণ হবলৈ বাকী আছে। যিমান সোনকালে লোকসভা নিৰ্বাচন হব সিমান সোনকালে দেশবাসীৰ কাৰণে মংগল। আমি বিজেপিৰ বিৰুদ্ধে যুদ্ধ কৰা সকলো দলকে সমৰ্থন কৰিব। এই ঘোষণা মমতা বেনাৰ্জীৰ। বিজেপিৰ শাসনত গুজৰাটতত বিহাৰী খেদা আন্দোলন, অসমত বঙালী খেদা আন্দোলন আৰম্ভ হৈছে, জনতা অতিষ্ঠ হৈ পৰিছে বিজেপিৰ বিপক্ষে।আজি ঘোষণা কৰা পাচ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ শোচনীয় প্ৰদৰ্শনৰ পিছত এনেদৰে মন্তব্য কৰে মমতা বেনাৰ্জীয়ে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

Next Story
চাকৰি