Top
Begin typing your search above and press return to search.

দুলীয়াজান সমষ্টিৰ অন্তৰ্গত কঠালগুৰি গাওঁ পঞ্চায়তৰ বৰ্তমান লৈকে জয়লাভ কৰা ৱাৰ্ড মেম্বাৰৰ তালিকা

দুলীয়াজান সমষ্টিৰ অন্তৰ্গত কঠালগুৰি গাওঁ পঞ্চায়তৰ বৰ্তমান লৈকে জয়লাভ কৰা ৱাৰ্ড মেম্বাৰৰ তালিকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Dec 2018 6:23 AM GMT

দুলীয়াজান সমষ্টিৰ অন্তৰ্গত কঠালগুৰি গাওঁ পঞ্চায়তৰ বৰ্তমান লৈকে জয়লাভ কৰা ৱাৰ্ড মেম্বাৰৰ তালিকা

(1) দুলীয়াজান সমষ্টিৰ ৮ নং ৱাৰ্ডৰ চেতিয়া পথাৰৰ কংগ্ৰেছ প্ৰাৰ্থী লতা গোহাঁই জয় লাভ।

(2) ৫ নং ৱাৰ্ডৰ ১ নং চলাকটকীৰ কংগ্ৰেছ প্ৰাৰ্থী কৰবী গগৈৰ জয়লাভ।

(3) ৯নং ৱাৰ্ডৰ বছাজান চিৰিকাবিলৰ কংগ্ৰেছ প্ৰাৰ্থী ৰত্মা বৰ শইকীয়াৰ জয়লাভ।

(4) ৬ নং ৱাৰ্ডৰ পোৱালি পথাৰ বিজেপি প্ৰাৰ্থী বৰ্ণালী গগৈ বড়া জয়লাভ।

দুলীয়াজান সমষ্টিৰ কঠালগুৰি পঞ্চায়তৰ বিজয়ী ৱাৰ্ড মেম্বাৰৰ তালিকা।

(1) পাভজানৰ ২ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী জয়লাভ ।

(2) কছাৰী পথাৰৰ ৭নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থীৰ জয়লাভ |

(3) মেৰবিল মাজুলীৰ ১ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থীৰ জয়লাভ ।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

Next Story