দুলীয়াজান সমষ্টিৰ অন্তৰ্গত কঠালগুৰি গাওঁ পঞ্চায়তৰ বৰ্তমান লৈকে জয়লাভ কৰা ৱাৰ্ড মেম্বাৰৰ তালিকা
(1) দুলীয়াজান সমষ্টিৰ ৮ নং ৱাৰ্ডৰ চেতিয়া পথাৰৰ কংগ্ৰেছ প্ৰাৰ্থী লতা গোহাঁই জয় লাভ।
(2) ৫ নং ৱাৰ্ডৰ ১ নং চলাকটকীৰ কংগ্ৰেছ প্ৰাৰ্থী কৰবী গগৈৰ জয়লাভ।
(3) ৯নং ৱাৰ্ডৰ বছাজান চিৰিকাবিলৰ কংগ্ৰেছ প্ৰাৰ্থী ৰত্মা বৰ শইকীয়াৰ জয়লাভ।
(4) ৬ নং ৱাৰ্ডৰ পোৱালি পথাৰ বিজেপি প্ৰাৰ্থী বৰ্ণালী গগৈ বড়া জয়লাভ।
দুলীয়াজান সমষ্টিৰ কঠালগুৰি পঞ্চায়তৰ বিজয়ী ৱাৰ্ড মেম্বাৰৰ তালিকা।
(1) পাভজানৰ ২ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী জয়লাভ ।
(2) কছাৰী পথাৰৰ ৭নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থীৰ জয়লাভ |
(3) মেৰবিল মাজুলীৰ ১ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থীৰ জয়লাভ ।
অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ