Begin typing your search above and press return to search.

পাটাছাৰকুছিত অগপৰ দুৰ্গত খহনীয়া

পাটাছাৰকুছিত অগপৰ দুৰ্গত খহনীয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Dec 2018 7:16 AM GMT

পাটাছাৰকুছিত অসম গণ পৰিষদৰ দুৰ্গত আঘাত হানিছে বিজেপিয়ে। পাটাছাৰকুছিত এতিয়ালৈ ঘোষণা কৰা ফলাফল অনুসৰি পাটাছাৰকুছিৰ ৩ খন জিলা পৰিষদৰ আটাইকেইখন জিলা পৰিষদে বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে। ১৫ খন গাঁও পঞ্চায়তৰ ১১ খনে দখল কৰিব সক্ষম হৈছে শাসকীয় বিজেপি দলে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰকিং নিউজ

Next Story