পাটাছাৰকুছিত অগপৰ দুৰ্গত খহনীয়া

পাটাছাৰকুছিত অগপৰ দুৰ্গত খহনীয়া
Published on

পাটাছাৰকুছিত অসম গণ পৰিষদৰ দুৰ্গত আঘাত হানিছে বিজেপিয়ে। পাটাছাৰকুছিত এতিয়ালৈ ঘোষণা কৰা ফলাফল অনুসৰি পাটাছাৰকুছিৰ ৩ খন জিলা পৰিষদৰ আটাইকেইখন জিলা পৰিষদে বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে। ১৫ খন গাঁও পঞ্চায়তৰ ১১ খনে দখল কৰিব সক্ষম হৈছে শাসকীয় বিজেপি দলে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com