Top
Begin typing your search above and press return to search.

প্ৰসংগ লোকসভা নিৰ্বাচনঃ কলিয়াবৰত আগবাঢ়ি আছে অগপ

প্ৰসংগ লোকসভা নিৰ্বাচনঃ কলিয়াবৰত আগবাঢ়ি আছে অগপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 May 2019 5:20 AM GMT

সম্প্ৰতি কলিয়াবৰ সমষ্টিৰ গৌৰৱ গগৈয়ে লাভ কৰিছে ৭২৪৩০ টা ভোট ৷ ইয়াৰ বিপৰীতে অগ্ৰগতি লাভ কৰিছে অগপই ৷ অগপ প্ৰাৰ্থী মণি মাধৱ মহন্তই লাভ কৰিছে ৮৫৮২১ টা ভোট ৷ তেজপুৰত অগ্ৰগতি বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ ৷ ৩৮,৭১৯ টা ভোটত আগবাঢ়ি আছে পল্লৱ লোচন দাস ৷

কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৱে লাভ কৰিছে ২৯৫২০ ভোট । স্বায়ত্ব শাসিত জিলা ডিফুত আগবাঢ়ি আছে বিজেপি ৷বিজেপি প্ৰাৰ্থী হৰেন সিং বে আগবাঢ়ি আছে ২৪,৫৭১ টা ভোটত আৰু কংগ্ৰেছৰ প্ৰাৰ্থী বিৰেন সিং ইংতি লাভ কৰিছে ১১৮৮৯ ভোট ৷

অন্য খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

Next Story