প্ৰিঞ্ছ নৰুলা আৰু য়ুভিকা চৌধুৰীৰ বিয়াৰ ফেইৰী-টেল অভ্যৰ্থনা অনুষ্ঠান,ফটো আৰু ভিডিঅ'

প্ৰিঞ্ছ নৰুলা আৰু য়ুভিকা চৌধুৰীৰ বিয়াৰ ফেইৰী-টেল অভ্যৰ্থনা অনুষ্ঠান,ফটো আৰু ভিডিঅ'
Published on

১২অক্টোবৰত প্ৰিঞ্ছ নৰুলা আৰু য়ুভিকা চৌধুৰীৰ মুম্বাইত পঞ্জাৱী ষ্টাইলত অনুষ্ঠিত হৈ যোৱা বিবাহৰ পিছতে পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে এইবাৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিলে চণ্ডিগড়ত ।অভ্যৰ্থনা অনুষ্ঠানত ক্ৰিকেট খেলুৱৈ হৰভজন সিঙও উপস্থিত থাকে লগতে কৰন কুন্দ্ৰা আৰু তেওঁৰ প্ৰেয়সী অনুষা দণ্ডেকাৰো উপস্থিত থাকি নতুন দম্পত্তী হালক অভিনন্দন জ্ঞাপন কৰে ।

অভ্যৰ্থনা অনুষ্ঠানত প্ৰিঞ্ছে নীলা ৰঙৰ চেৰৱানী পৰিধান কৰে আনহাতে য়ুভিকাই মেটেকিক গাউনৰ সৈতে হীৰাৰ অলংকাৰ আৰু মূৰত টিয়াৰা পিন্ধে । তলত অভ্যৰ্থনা অনুষ্ঠান কিছু সুন্দৰ ফটো আৰু ভিডিঅ' প্ৰকাশ কৰা হ'ল……………

https://www.instagram.com/p/BpNOBwQlA65/?utm_source=ig_embed

https://www.instagram.com/p/BpOQ11rF0Aq/?taken-by=princefanclub1

https://www.instagram.com/p/BpNCCY5lQbq/?taken-by=princefanclub1

https://www.instagram.com/p/BpOe8ojl0TW/?taken-by=adeeb_reza

https://www.instagram.com/p/BpNsH9ullQD/?taken-by=adeeb_reza

https://www.instagram.com/p/BpNCIckFOr2/?taken-by=adeeb_reza

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com