Begin typing your search above and press return to search.
বানপিড়ীত সকলক উদ্ধাৰ অভিযান,এনডিআৰএফ বাহিণীৰ

সমগ্ৰ অসমৰ উজনি নামনিৰ ভিন্ন অঞ্চলত বানপানীৰ কবলত। বহু লোক,জীৱ-জন্তু,ঘৰ-দুৱাৰ আদি পানীত তলত। সেয়ে বৰ্নাত্য সকলৰ বাবে তিনিটা উদ্ধাকাৰী দলক সাজু কৰা হৈছে।তিনিটা উদ্ধাকাৰী দলৰ প্ৰথমটো বেটেলিয়ান এনডিআৰএফ দলক গোলাঘাটৰ বানপিড়ীত অঞ্চল সমূহলৈ উদ্ধাৰ কাৰ্য্যসূচীৰ বাবে মোতায়ন কৰা হয়।মুঠ ১৩টা দলৰ প্ৰথমটো বেটেলিয়ান দলটোক বৰপেটা,শোণিতপুৰ,বঙাইগাঁও,শিলচৰ আৰু অন্যান্য বানপিড়ীত অঞ্চল সমূহত মোতায়ন কৰে।উদ্ধাৰকাৰী দলটোৱে বানপিড়ীত অঞ্চল সমূহত উদ্ধাৰ অভিযান অব্যাহত ৰাখে।১৩টা দলৰ এনডিআৰএফৰ সৈতে ৩০জন ডুবাৰু,৪০খন নাঁও আৰু সকলো ধৰনৰ সামগ্ৰী লগত লৈ বানপিড়ীত অঞ্চল সমূহত কাম কৰি আছে।
Next Story