ব্ৰেকিং নিউজ
বৰঝাৰ বিমানবন্দৰত উপস্থিত মিষ্টাৰ ইউনিভাৰ্ছ আৰু প্ৰ’মিষ্টাৰ এছিয়া ২০১৮ৰ চেম্পিয়ন গোলাপ ৰাভা
মিষ্টাৰ ইউনিভাৰ্ছ আৰু প্ৰ’ মিষ্টাৰ এছিয়া ২০১৮ খিতাপ দখল কৰি গুৱাহাটীত উপস্থিত অসম সন্তান গোলাপ ৰাভা। সুদূৰ থাইলেণ্ডত অনুষ্ঠিত হোৱা শৰীৰ চৰ্চা প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰে গোলাপ ৰাভাই। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে শৰীৰ চৰ্চাবিদগৰাকীক উষ্ম আদৰণি জনালে বিভি দল সংগঠনে।
অধিৰ খবৰৰ বাবে পঢ়ক: ব্ৰেকিং নিউজ