Begin typing your search above and press return to search.

ভাল স্ক্ৰিপট পালে অভিনয় কৰিব ছবি প্ৰযোজক ৰিমা দাসে

ভাল স্ক্ৰিপট পালে অভিনয় কৰিব ছবি প্ৰযোজক ৰিমা দাসে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Oct 2018 11:26 AM GMT

ৰাষ্ট্ৰীয় সন্মান অৰ্জন কৰা ৰিমা দাসৰ নতুন 'বুলবুল কেন ছিং' ছবি খন ২০সংখ্যক জিঅ' মামী মুম্বাই ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শন কৰা হয় । ছবি প্ৰযোজক তথা চলচিত্ৰ নিৰ্মাতা ৰীমা দাসে মত ভাল স্ক্ৰিপট পালে অভিনয় কৰাৰ মন আছে বুলি মত প্ৰকাশ কৰে ।

এক সাক্ষাৎকাৰৰ জৰিয়তে মত প্ৰকাশ কৰে ৰিমা দাসে এইদৰে,"If someone is coming up with a good script, I am actually interested to act. My desire for acting is still there... But who is going to write a character for me?"

তেওঁক ছবি নিৰ্মাতা হিচাপে সফলতাৰ ওপৰত প্ৰশ্ন কৰোতে মত প্ৰকাশ কৰি কয় যে; ৰীমা দাসে ভাবে যে অভিনয় কৰাটো ইমান এটা সহজ নহয় । তেওঁ বিশ্বাস কৰে যে অভিনেতা হ'বলৈ নিজস্ব সময়ৰ প্ৰয়োজন অৰ্থাৎ নিজৰ বাবে সময়ৰ প্ৰয়োজন হয়,যিটো সময়ত মানুহে নিজৰ বাবে সময় উলিয়াবলৈ নোৱাৰে। অভিনয় এনে এবিধ কলা য'ত কেৱল শাৰীৰিক চৰ্চাই যথেষ্ট নহয়,লগতে থাকিব লাগিব আৱেগ । আগতে ৰীমা দাসে নিজৰ দেহ,ছাল,চুলিৰ প্ৰতিও যত্ন লৈছিল । ( "I do not think it is that easy. I believe that to become a performer, one needs some 'me time', which I do not have these days. Acting is a performing art where certain exercise, not just physical but emotional as well, is needed. Earlier I used to take care of myself, my skin, hair and worked on performance.")

উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যত জন্মগ্ৰহন কৰা ৰীমাই এগৰাকী অভিনেত্ৰী হ'ব বিচাৰিছিল আৰু সেয়ে তেওঁ বেগ পেকিং কৰি মুম্বাইলৈ গতি কৰিছিল । ২০১৬ চনৰ তেওঁৰ প্ৰথম খন ছবি "মেন উইথ দ্যা বিনকুলাৰ:অন্ত্ৰদৃষ্টি"("Man With The Binocular: Antardrishti") আৰু দ্বিতীয় খন হৈছে "ভিলেজ ৰকষ্টাৰ"("Village Rockstars") । কেৱল ৰাষ্ট্ৰীয় বঁটা পোৱাই নহয় তাৰোপৰি ফৰেন লেংগুৱেজ ফিল্মতো একাডেমি বঁটা পাবলৈ সক্ষম হয় ।

যোৱা কেইবা বছৰ ধৰি ছবিৰ বাবে লিখা,শ্বুটিং,এডিটিং,প্ৰযোজকৰ কামত, ট্ৰেভেলিং তথা যাত্ৰা আদিৰ বাবে প্ৰমোট কৰিছে । সেয়ে তেওঁ ঠিক মতে আইনা খনো চাবলৈ সময় পোৱা নাই । তেওঁ সুন্দৰকৈ সোনালী ৰঙৰ পাৰি দিয়া মেৰুন ৰঙৰ মেখেলা চাদৰ পৰিধান কৰিছে ("For the last few years, I have been writing, shooting, editing, producing my films and travelling to festivals to promote them. I don't even get time to see the mirror properly," Das, dressed in beautiful golden bordered maroon mekhela chadar, said with a smile.)

দুবছৰীয়া যাত্ৰাত তেওঁ এগৰাকী ছবি নিৰ্মাতা হিচাপত তেওঁৰ ছবি "ভিলেজ ৰকষ্টাৰ" ছবি খনে ভাৰতৰ হৈ অস্কাৰ বটাঁৰ বাবে মনোনীত হৈছে আনহাতে "বুলবুল কেন ছিং" ছবি খনৰ প্ৰদৰ্শনীত ২০ সংখ্যক জিঅ' মামী ফেষ্টিভেলত বহু মানুহৰ ভিৰ হব নে নহয় সেইটো লক্ষ্যনীয় বিষয় হ'ব ।

শেষত তেওঁ মন্তব্য কৰে যে;" "It looks like a fairy tale because three years ago when the first screening of my debut film 'Man With The Binocular: Antardrishti' happened here in MAMI, I was so worried to gain the audience and thought if people will come to watch my film. I was keeping my fingers crossed that at least the first few rows of the auditorium was filled with people, if not a houseful one."

Next Story