মহানগৰত বন্যহস্তী উপদ্ৰৱ: হাতীৰ পিছে পিছে বনবিভাগ আৰু আৰক্ষী

মহানগৰত বন্যহস্তী উপদ্ৰৱ: হাতীৰ পিছে পিছে বনবিভাগ আৰু আৰক্ষী
Published on: 

মহানগৰত বন্যহস্তীৰ উপদ্ৰৱ। গুৱাহাটীৰ ছয়মাইলৰ দিশৰ পৰা জি এচ ৰোডেৰে বনৰীয়া হাতী অতিক্ৰম কৰিছে। বন্যহস্তী টোৰ পিছে পিছে বনবিভাগ লোক আৰু আৰক্ষীয়ে।পথৰ লোক সকলৰ মাজত উৎকন্ঠা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com